ETV Bharat / bharat

COVID-19: এয়াৰ ইণ্ডিয়াৰ চুক্তি বাতিল ২০০ পাইলটৰ

বৃহস্পতিবাৰে এয়াৰ ইণ্ডিয়াৰ ২০০ পাইলটৰ চুক্তি বাতিল । লক ডাউনৰ সময়ছোৱাত কোম্পানীটোৰ অচল অৱস্থাৰ বাবেই চুক্তি বাতিল কৰে পাইলটকেইজনৰ ।

Air India
COVID-19: এয়াৰ ইণ্ডিয়াৰ পৰা অস্থায়ীৰূপে নিলম্বন ২০০ কৰ্মচাৰী
author img

By

Published : Apr 2, 2020, 11:01 PM IST

নিউজ ডেস্ক, ২ এপ্ৰিলঃ বৃহস্পতিবাৰে ২০০ পাইলটৰ চুুক্তি বাতিল কৰে এয়াৰ ইণ্ডিয়াই । যি সকল পাইলট অৱসৰৰ পাচত পুনৰ চুক্তিবদ্ধ হৈ এয়াৰ ইণ্ডিয়া কোম্পানীত নিযুক্ত হৈ আছিল সেই সকল পাইলটৰ চুক্তি বাতিল কৰে কোম্পানীটেৱে । সমগ্ৰ দেশজুৰি কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে চলা লক ডাউনৰ বাবেই আভ্যন্তৰীণ আৰু আন্তৰ্জাতিক বিমান সমূহ ১৪ এপ্ৰিল পৰ্যন্ত বন্ধ হৈ আছে । যাৰ পৰিপ্ৰেক্ষিতত কোম্পানীটোৰ অচল অৱস্থাৰ দেখা দিয়ে । সেয়হে কেবিন ক্ৰুক বাদ দি আন কৰ্মচাৰী সকলৰ আগন্তুক তিনি মাহৰ বাবে চুক্তি বাতিল কৰে এয়াৰ ইণ্ডিয়াই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.