ETV Bharat / bharat

পশ্চিমবংগত ১০,০০০ অতিক্ৰম কৰিলে COVID-19 আক্ৰান্তৰ সংখ্যা - COVID-19

শুকুৰবাৰে পশ্চিমবংগত নতুনকৈ ৪৭৬ গৰাকী ব্যক্তিৰ দেহত ধৰা পৰে মহামাৰী COVID-19 ত আক্ৰান্তৰ সংখ্যা । যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত শুকুৰবাৰে ১০,২৪৪ জন হয়গৈ কৰ'ণা আক্ৰান্তৰ সংখ্যা ।

COVID-19
পশ্চিমবংগত ১০,০০০ অতিক্ৰম কৰিলে COVID-19 আক্ৰান্তৰ সংখ্যা
author img

By

Published : Jun 13, 2020, 3:56 PM IST

নিউজ ডেস্ক, ১৩ জুনঃ পশ্চিমবংগত শুকুৰবাৰে মহামাৰী কৰ'ণা আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰে ১০,০০০ অধিক । শুকুৰবাৰে পশ্চিমবংগত ৪৭৬ গৰাকী নতুন ব্যক্তিৰ দেহত ধৰা পৰে মহামাৰী COVID-19 ত আক্ৰান্তৰ সংখ্যা । যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত শুকুৰবাৰে ১০,২৪৪ জন হয়গৈ মহামাৰী COVID-19ত আক্ৰান্তৰ সংখ্যা ।

COVID-19
পশ্চিমবংগত ১০,০০০ অতিক্ৰম কৰিলে COVID-19 আক্ৰান্তৰ সংখ্যা

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয় বিভাগৰ দ্বাৰা জাৰি কৰা এক জাননীত উল্লেখ কৰে যে,পশ্চিমবংগত COVID-19ত আক্ৰান্ত হৈ মৃত্যু হৈছে ৪৫১ জন ব্যক্তিৰ । ৭৫ বছৰৰ পৰা তাৰ অধিক বসয়ৰ ব্যক্তিৰ COVID-19 ত আক্ৰান্ত হয় মৃত্যু হৈছে বুলি সদৰি কৰে ।

লগতে চাওকঃ তিনিমাহৰ বেতন লাভ নকৰা চিকিৎসকৰ সমূহীয়া পদত্যাগৰ হুংকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.