ETV Bharat / bharat

দিল্লীত CRPF ৰ 31 নং বেটেলিয়ানৰ 45 জন জোৱানৰ দেহত COVID-19

author img

By

Published : Apr 29, 2020, 8:46 PM IST

CRPF বাহিনীটোৰ মহম্মদ ইক্ৰাম হুছেইন নামৰ 55 বছৰীয়া জোৱান এজনৰ দেহত 5 দিন পূৰ্বে ধৰা পৰিছিল এই ৰোগ । ইতিমধ্যে মঙলবাৰে মৃত্যু হৈছে এই জোৱান জনৰ । তেওঁৰ ঘৰ অসমৰ বৰপেটা জিলাত ।

দিল্লীত CRPF ৰ 31 নং বেটেলিয়ানৰ 45 জন জোৱানৰ দেহত COVID-19
দিল্লীত CRPF ৰ 31 নং বেটেলিয়ানৰ 45 জন জোৱানৰ দেহত COVID-19

নিউজ ডেস্ক, 29 এপ্ৰিলঃ দিল্লীত কেন্দ্ৰীয় সংৰক্ষিত পুলিচ বলৰ অতি কমেও 45 জন জোৱানৰ দেহত ধৰা পৰিছে COVID-19।

বেটেলিয়ানটোৰ 1100 জোৱানক কোৱাৰেন্টাইনত ৰখা হৈছিল । তাৰে 257 গৰাকীৰ এতিয়াও ফলাফল আহিবলৈ বাকী আছে । আনহাতে COVID-19 পজিটিভ পোৱা গৈছে 194 বেটিলিয়ানৰ RAF জোৱান এজনৰ দেহটো । ইয়াৰ ফলত সুৰক্ষা বাহিনীটোৰ COVID-19 আক্ৰান্তৰ সংখ্যা 46 জন হৈছে ।

CRPF বাহিনীটোৰ মহম্মদ ইক্ৰাম হুছেইন নামৰ 55 বছৰীয়া জোৱান এজনৰ দেহত 5 দিন পূৰ্বে ধৰা পৰিছিল এই ৰোগ । ইতিমধ্যে মঙলবাৰে মৃত্যু হৈছে এই জোৱান জনৰ । তেওঁৰ ঘৰ অসমৰ বৰপেটা জিলাত ।

এপ্ৰিলৰ 7 তাৰিখে নয়দাত 31 নং বেটেলিয়ানত মুখ্য কনিষ্টবল এজনে যোগদান কৰিছিল । তাৰ পাছত তেওঁৰ দেহত COVID- 19 ৰ লক্ষণে দেখা দিছিল । 21 এপ্ৰিলত তেওঁৰ দেহত COVID-19 ধৰা পৰে আৰু পৰৱৰ্তী দিনা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.