ETV Bharat / bharat

ঘৰৰ ভিতৰতে ডিঙি চেপি হত্যা দম্পতীক

উত্তৰ প্ৰদেশৰ ঠাকুৰৱাৰাত কোনো অচিনিক্ত দুৰ্বৃত্তই এহাল দম্পতীক ডিঙি ছেপি হত্যা কৰে । যোৱা নিশা সংঘটিত হৈছে এই ঘটনা ।

author img

By

Published : Jun 30, 2020, 10:06 PM IST

উত্তৰ প্ৰদেশত এহাল দম্প্যত্তীক ডিঙি ছেপি হত্যা

উত্তৰ প্ৰদেশ, 30 জুনঃ উত্তৰ প্ৰদেশৰ মুৰাদাবাদত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা । ঠাকুৰৱাৰাত এহাল দম্পতীক সোমবাৰে ডিঙিছেপি হত্যা কৰিলে অচিনাক্ত দুৰ্বৃত্তই । সোমবাৰে নিশা সংঘটিত হ'ল এই ঘটনা ।

মোহিত বৰ্মা আৰু তেওঁৰ পত্নী মনাক ডিঙি চেপি হত্যা কৰে অচিনাক্ত দূৰ্বিত্তই । তেওঁলোকৰ ঘৰৰ পৰা বহু সামগ্ৰীও নোহোৱা হৈ আছে বুলি উল্লেখ কৰে আৰক্ষীয়ে । আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।

হত্যাৰ বলি হোৱা দম্প্যত্তীহাল

আৰক্ষীয়ে ঘটনা সম্পৰ্কে অনুসন্ধান আৰম্ভ কৰি আৰু কাষৰীয়া লোক সকলক সোধা পোছা কৰে ।

উল্লেখ্য যে, সম্পত্তি কেন্দ্ৰীক বিবাদৰ বাবেই তেওঁলোকক হত্যা কৰাৰ সন্দেহ কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.