ETV Bharat / bharat

চীনত অব্যাহত ক'ৰনা ভাইৰাছৰ সংহাৰ: মৃত্যুৰ সংখ্যা 811 জনলৈ বৃদ্ধি

author img

By

Published : Feb 9, 2020, 12:53 PM IST

দেওবাৰে এই ভাইৰাছত আক্ৰান্ত হৈ পুনৰ 89 জন লোকৰ মৃত্যু আৰু নতুনকৈ 2,656 জন লোক আক্ৰান্ত হোৱাটো নিশ্চিত কৰিছে দেশখনৰ স্থানীয় প্ৰশাসনে ৷ এই পৰ্যন্ত মৃত্যুৰ সংখ্যা 811 জনলৈ বৃদ্ধি হোৱাৰ বিপৰীতে আক্ৰান্তৰ সংখ্যা 37000 অতিক্ৰম কৰিছে ৷

Corona virus death toll in China climbs to 811
চীনত অব্যাহত ক'ৰোনা ভাইৰাছৰ সংহাৰ: মৃত্যুৰ সংখ্যা 811 জনলৈ বৃদ্ধি

ইণ্টাৰনেশ্যনেল ডেস্ক,9 ফেব্ৰুৱাৰী: দেওবাৰে চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাৰ ঘোষণা অনুসৰি চীনত ক'ৰনা ভাইৰাছত ফলত মৃত্যুৰ সংখ্যা 811 জনলৈ বৃদ্ধি হোৱাৰ বিপৰীতে আক্ৰান্তৰ সংখ্যা 37000 অতিক্ৰম কৰিছে ৷
ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাই ইয়াৰ দৈনন্দিন প্ৰতিবেদনত জনাইছে যে, দেওবাৰে এই ভাইৰাছত পুনৰ 89 জন লোকৰ মৃত্যু হয় আৰু নতুনকৈ 2,656 জন লোক আক্ৰান্ত হোৱা বুলি নিশ্চিত হৈছে ৷
স্বাস্থ্য সংস্থাৰ মতে,এই পৰ্যন্ত মাৰাত্মক ভাইৰাছৰবিধৰ ফলত 811 জন লোকৰ মৃত্যু হৈছে আৰু চীনৰ 31 টা প্ৰান্তীয় অঞ্চলৰ মুঠ 37,198 জন লোক এই ভাইৰাছত আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে ৷
দেওবাৰে মৃত্যু হোৱা 811 জন লোকৰ ভিতৰত 81 জন ক'ৰনা ভাইৰাছৰ কেন্দ্ৰস্থল হুবেই প্ৰদেশৰ আৰু দুজন হেনেন প্ৰদেশৰ লগতে হেবেই,হেইলংজিয়াং,অনহুই,শংদোং,হুনান আৰু গুৱাংছি ঝুৱাং অঞ্চলত একোজনকৈ লোকৰ মৃত্যু হৈছে বুলি জনাইছে চীনৰ স্বাস্থ্য সংস্থাই ৷ ইয়াৰ মাজতে চীনৰ বাবে সুখবৰ ৷ শনিবাৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ পায় যে, ক'ৰনা ভাইৰাছত আক্ৰান্ত হোৱা 600 জন লোক ভাইৰাছৰ পৰা মুক্তি পাইছে বুলি হাস্পতাল কৰ্তৃপক্ষই নিশ্চিত কৰিছে ৷ ইয়াৰে 324 জন লোক হুবেই প্ৰদেশৰ বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:জিঅ’চি 3 কৰ্পচ হিচাপে নিযুক্ত লেফেটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা

ক'ৰোনা ভাইৰাছত দেওবাৰে এই ভাইৰাছত পুনৰ 89 জন লোকৰ মৃত্যু আৰু নতুনকৈ 2,656 জন লোক আক্ৰান্ত হোৱাটো নিশ্চিত৷ এই পৰ্যন্ত মৃত্যুৰ সংখ্যা 811 জনলৈ বৃদ্ধি হোৱাৰ বিপৰীতে আক্ৰান্তৰ সংখ্যা 37000 অতিক্ৰম ৷

ইণ্টাৰনেশ্যনেল ডেস্ক,9 ফেব্ৰুৱাৰী: দেওবাৰে চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাৰ ঘোষনা, চীনত ক'ৰোনা ভাইৰাছত ফলত মৃত্যুৰ সংখ্যা 811 জনলৈ বৃদ্ধি হোৱাৰ বিপৰীতে আক্ৰান্তৰ সংখ্যা 37000 অতিক্ৰম  ৷
ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাই ইয়াৰ দৈনন্দিন প্ৰতিবেদনত জনাই যে, দেওবাৰে এই ভাইৰাছত পুনৰ 89 জন লোকৰ মৃত্যু হয় আৰু নতুনকৈ 2,656 জন লোক আক্ৰান্ত হোৱাটো নিশ্চিত হয়৷
স্বাস্থ্য সংস্থাৰ মতে, এই পৰ্যন্ত মাৰাত্মক ভাইৰাছৰবিধৰ ফলত 811 জন লোকৰ মৃত্যু হৈছে আৰু চীনৰ 31 টা প্ৰান্তীয় অঞ্চলৰ মুঠ  37,198 জন লোক এই ভাইৰাছত আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে ৷
 দেওবাৰে মৃত্যু হোৱা 811 জন লোকৰ ভিতৰত 81 জন ক'ৰোনা ভাইৰাছৰ কেন্দ্ৰস্থল হুবেই প্ৰদেশৰ আৰু দুজন হেনানৰ আৰু লগতে হেবেই, হেইলংজিয়াং, অনহুই, শংদোং, হুনান আৰু গুৱাংছি ঝুৱাং অঞ্চলত একোজনকৈ লোকৰ মৃত্যু হৈছে বুলি জনাই চীন স্বাস্থ্য সংস্থাই ৷
ইয়াৰ মাজতে চীনৰ বাবে সুখবৰ৷ শনিবাৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ পায় যে, ক'ৰোনা ভাইৰাছত আক্ৰান্ত হোৱা 600 জন লোক ভাইৰাছৰ পৰা মুক্তি পাইছে  বুলি হাস্পতাল কৰ্তৃপক্ষই নিশ্চিত কৰিছে ৷ ইয়াৰে 324 জন লোক হুবেই প্ৰদেশৰ বুলি জানিব দিয়ে৷  
 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.