ETV Bharat / bharat

ক'ভিড 19: বিশ্বৰ সামগ্ৰিক তথ্য - কৰ'ণা মহামাৰীৰ সংক্ৰমণ

আমেৰিকাত বৰ্ধিত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ এতিয়াও হ্ৰাস পোৱা নাই ৷ মঙলবাৰে দেশখনত আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰে 4,433,410 গৰাকী লোকক ৷ লগতে মৃত্যুবৰণ কৰিছে 150,444 গৰাকী লোকে ৷ মে' মাহৰ পৰা দেশখনত কঠোৰ সামাজিক দূৰত্বৰ নিয়ম কিছু পৰিমাণে শিথিল কৰাৰ পিছৰ পৰা প্ৰতিদিনে 20 ৰ পৰা 60 গৰাকী লোকৰ দেহত পোৱা গৈছে COVID-19 ৰ উপস্থিতি ৷

CORONA GLOABL TRACKER
ক'ভিড 19: বিশ্বৰ সামগ্ৰিক তথ্য
author img

By

Published : Jul 28, 2020, 6:19 PM IST

নিউজ ডেস্ক, 28 জুলাই: কৰ'ণা মহামাৰীৰ সংক্ৰমণে বিশ্বত অতিক্ৰম কৰিছে 16,646,987 গৰাকীৰ সংখ্যা ৷ আনহাতে 6,56,608 গৰাকী লোক বৰ্তমানলৈ ভাইৰাছবিধত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে ৷

আমেৰিকাত বৰ্ধিত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ এতিয়াও হ্ৰাস পোৱা নাই ৷ মঙলবাৰে দেশখনত আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰে 4,433,410 গৰাকী লোকক ৷ লগতে মৃত্যুবৰণ কৰিছে 150,444 গৰাকী লোকে ৷ মে' মাহৰ পৰা দেশখনত কঠোৰ সামাজিক দূৰত্বৰ নিয়ম কিছু পৰিমাণে শিথিল কৰাৰ পিছৰ পৰা প্ৰতিদিনে 20 ৰ পৰা 60 গৰাকী লোকৰ দেহত পোৱা গৈছে COVID-19 ৰ উপস্থিতি ৷

ক'ভিড 19: বিশ্বৰ সামগ্ৰিক তথ্য

আনহাতে ভাৰতবৰ্ষত 1,482,503 গৰাকী লোকৰ দেহত ধৰা পৰিছে ভাইৰাছবিধৰ উপস্থিতি ৷ ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হৈ দেশখনত মঙলবাৰৰ দিনটোলৈকে মৃত্যুবৰণ কৰিছে 33,448 গৰাকী লোকে ৷

লগতে চাওকঃ COVID-19 ৰ ফলত 40 মিলিয়ন শিশুৰ প্ৰাৰম্ভিক শিক্ষাত বাধা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.