ETV Bharat / bharat

প্ৰিয়ংকা গান্ধী নে চোপ্ৰা ? সভাৰ মাজতে অথন্তৰ

সকলো খেলি মেলি, কি হৈ গ'ল গমকে নাপালে ৷ ক'ব লাগিছিল কি, কৈ দিলে কি ? পয়মাল ৷ দিল্লীৰ বৱানাত অনুষ্ঠিত এক জনসভাত লাগিল খেলি মেলি ৷ প্ৰিয়ংকা গান্ধীৰ পৰিৱৰ্তে 'প্ৰিয়ংকা চোপ্ৰা জিন্দাবাদ' উচ্চাৰণ কৰিলে বৱানাৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক সুৰেন্দ্ৰ কুমাৰে ৷

author img

By

Published : Dec 2, 2019, 12:28 PM IST

Updated : Dec 2, 2019, 12:51 PM IST

কংগ্ৰেছৰ জনসভাত অথন্তৰ
'প্ৰিয়ংকা চোপ্ৰা জিন্দাবাদ' ধ্বনি

নেশ্যনেল ডেস্ক, 2 ডিচেম্বৰ : দিল্লীৰ বাৱানা অঞ্চলত অনুষ্ঠিত জনসভাত বাৱানা বিধানসভাৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক সুৰেন্দ্ৰ কুমাৰৰ জিভা পিছল খালে ৷ প্ৰিয়ংকা গান্ধীৰ পৰিৱৰ্তে 'প্ৰিয়ংকা চোপ্ৰা জিন্দাবাদ' ধ্বনি দিলে সুৰেন্দ্ৰ কুমাৰে ৷ দিল্লী প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ সুভাষ চোপ্ৰাৰ উপস্থিতিত এই মন্তব্য কৰে নেতাগৰাকীয়ে ৷ ইয়াৰ পাচতে তেওঁ ক্ষমা ভিক্ষা কৰে যদিও সমগ্ৰ কাণ্ড ইতিমধ্যেই কেমেৰাত বন্দী হৈ পৰে ৷

কংগ্ৰেছৰ জনসভাত অথন্তৰ

সমগ্ৰ ঘটনা বাৱানাৰ লগতে দিল্লীত চৰ্চিত হৈ পৰে যদিও বৰ্তমানেও কংগ্ৰেছ দলে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷

আৰু পঢ়ক : ওড়িশাত কোণাৰ্ক মহোৎসৱ আৰু আন্তৰাষ্ট্ৰীয় বলুকা শিল্প মহোৎসৱ

Intro:दिल्ली के बवाना विधानसभा के पूर्व विधायक सुरेंद्र कुमार की जवान फिसली, प्रियंका गांधी की जगह सुरेंद्र कुमार ने प्रियंका चोपड़ा जिंदाबाद के नारे लगाए । जो कि कैमरे में कैद हो गए प्रियंका चोपड़ा जिंदाबाद के नारे कांग्रेस दिल्ली प्रदेश अध्यक्ष सुभाष चोपड़ा की मौजूदगी में लगे । जैसे ही प्रियंका चोपड़ा जिंदाबाद के नारे लगे सुभाष चोपड़ा भी हैरान रह गए लेकिन तब तक किनारे कैमरे में कैद हो गए थे।

Body:दिल्ली के बवाना इलाके में आज कांग्रेस की जन आक्रोश सभा थी इस सभा में कुछ ऐसा हुआ कि हर कोई सुनता ही रह गया बवाना से पूर्व विधायक सुरेंद्र कुमार की जुबान फिसल गई । सुरेंद्र कुमार मंच से कांग्रेस नेताओं के जिंदाबाद के नारे लगा रहे थे नारे लगाते हुए प्रियंका गांधी का नाम भूल गए और प्रियंका गांधी की जगह प्रियंका चोपड़ा जिंदाबाद के नारे लगा दिए मंच पर मौजूद हर कोई पूर्व विधायक सुरेंद्र कुमार को देखता रह गया उन्हें तुरंत अपनी गलती का एहसास हुआ और सॉरी बोलते ही अगला नारा प्रियंका गांधी का लगा दिया लेकिन जब तक भूल में सुधार किया जाता तब तक यह नारे कैमरे में कैद हो चुके थे

Conclusion:प्रियंका चोपड़ा जिंदाबाद के नारे कैमरे में कैद होने के बाद पूरे बवाना ही नहीं बल्कि दिल्ली भर में चर्चा का विषय बन गए लेकिन अभी तक इस पर कांग्रेस पार्टी की तरफ से कोई प्रतिक्रिया सामने नहीं आई है
Last Updated : Dec 2, 2019, 12:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.