ফৰিদাবাদ, ২৭ জুনঃ হাৰিয়ানাত কংগ্ৰেছ নেতা বিকাশ চৌধুৰীক গুলীয়াই হত্যা । বৃহস্পতিবাৰে কোনো অচিনাক্ত দূৰ্বৃত্তই গুলীয়াই হত্যা কৰে নেতাগৰাকীক ।
হাৰিয়ানাৰ ফৰিদাবাদস্থিত এটা জিমৰ পৰা উভতি আহোতে আঠটা গুলীৰে থকা সৰকা কৰে নেতাগৰাকীক । পৰৱৰ্তী সময়ত নেতাগৰাকীক এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও আধা বাটতে শেষ নিশ্বাস ত্যাগ কৰে নেতাগৰাকীয়ে ।