ETV Bharat / bharat

কংগ্ৰেছ নেতা অভিষেক সিংভিৰ দেহত COVID-19 - অভিষেক সিংভীৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অভিষেক সিংভিৰ দেহত ধৰা পৰিছে COVID-19 । সূত্ৰই জনোৱা মতে, জ্যেষ্ঠ নেতা অভিষেক সিংভিৰ পত্নীৰো দেহত ধৰা পৰে COVID-19 পজিটিভ । ইয়াৰ পিছতে সিংভীৰ পুত্ৰ আৰু অন্য সদস্যসকলেও COVID-19ৰ পৰীক্ষা সম্পন্ন কৰে ।

কংগ্ৰেছ নেতা অভিষেক সিংভীৰ দেহত কোভিড-১৯ পজিটিভ

author img

By

Published : Jun 26, 2020, 11:24 PM IST

নেশ্যনেল ডেস্ক, ২৬ জুন : কংগ্ৰেছৰ প্ৰবক্তা তথা জ্যেষ্ঠ নেতা অভিষেক সিংভিৰ দেহত ধৰা পৰিছে COVID-19 পজিটিভ । COVID-19 পজিটিভ ধৰা পৰাৰ পিছত তেওঁ ঘৰৰ পৰা পৃথকে কোৱাৰেণ্টাইনত থাকিবলৈ লোৱা বুলি তেওঁৰ বিষয়ববীয়াই জানিবলৈ দিয়ে ।

উল্লেখ্য যে, দেহত সুক্ষ্ম জ্বৰৰ লক্ষণে দেখা দিয়াৰ পিছতে তেওঁ স্বাৱ পৰীক্ষা কৰে আৰু COVID-19ৰ উপস্থিতি ধৰা পৰে । সূত্ৰই জনোৱা মতে, জ্যেষ্ঠ নেতা অভিষেক সিংভিৰ পত্নীৰো দেহত ধৰা পৰে COVID-19 পজিটিভ আৰু তেওঁৰ পত্নীয়েও চৰকাৰী নিৰ্দেশ মানি চলি ঘৰৰ পৰা পৃথকে কোৱাৰেণ্টাইনত থাকিবলৈ লয় । ইয়াৰ পিছতে সিংভিৰ পুত্ৰ আৰু অন্য সদস্যসকলেও COVID-19ৰ পৰীক্ষা সম্পন্ন কৰে ।

লগতে পঢ়ক : বিহাৰৰ এগৰাকী IAS বিষয়াই লাভ কৰিলে প্ৰথম জম্মু-কাশ্মীৰৰ আৱাসিক প্ৰমাণপত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.