ETV Bharat / bharat

দিল্লীত কোভিড-১৯ সন্দৰ্ভত সৰ্বদলীয় বৈঠক - দিল্লীত কোভিড-১৯ সন্দৰ্ভত সৰ্বদলীয় বৈঠক

দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল ৰাজধানী চহৰখনত কোভিড-১৯ পৰিস্থিতি সম্পর্কে "বিভ্ৰান্তিকৰ" পৰিস্থিতিত থকাৰ অভিযোগ অনিল চৌধুৰীৰ ।

Congress gives 11 suggestions to MHA on Delhi's Covid management, alleges "CM is misleading"

author img

By

Published : Jun 16, 2020, 12:55 AM IST

নিউজ ডেস্ক, ১৫ জুন: দিল্লী প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্রধান অনিল চৌধুৰীয়ে সোমবাৰে অনুষ্ঠিত সৰ্বদলীয় বৈঠকত গৃহ বিভাগৰ তৰফৰ পৰা দিল্লীত কোভিড-১৯ পৰিচালনাৰ সন্দৰ্ভত ১১ টা পৰামৰ্শ আগবঢ়ায় । তেঁও দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল ৰাজধানী চহৰখনত কোভিড-১৯ পৰিস্থিতি সম্পর্কে "বিভ্ৰান্তিকৰ" পৰিস্থিতিত থকাৰ অভিযোগ কৰে ।

Congress gives 11 suggestions to MHA on Delhi's Covid management, alleges
দিল্লীত কোভিড-১৯ সন্দৰ্ভত সৰ্বদলীয় বৈঠক

কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু উপ ৰাজ্যপাল অনিল বৈজালৰ সভাপতিত্ব অনুষ্ঠিত সভাখনত আম আদমি পাৰ্টি, কংগ্ৰেছ, বিজেপিৰ লগতে বিএছপিৰ নেতৃত্ব উপস্থিত থাকি দিল্লীৰ কোভিড-১৯পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.