ETV Bharat / bharat

এতিয়াৰে পৰা 100 টকাত লাভ কৰিব প্ৰতি কেজি পিয়াঁজ ! - onion price touches Rs 100/kg

আকাশলংঘী পিয়াঁজৰ মূল্য ৷ দেশৰ কেইবাখনো চহৰত বুধবাৰে পিয়াঁজৰ মূল্য 100 টকা স্পৰ্শ কৰে ৷

প্ৰতি কেজি পিয়াঁজ 100 টকাত
author img

By

Published : Nov 6, 2019, 9:47 PM IST

Updated : Nov 6, 2019, 11:23 PM IST

নিউজ ডেস্ক, 6 নৱেম্বৰঃ দেশত ক্ৰমাৎ বৃদ্ধি পাইছে পিয়াঁজৰ অত্যাৱশীয় মূল্য ৷ বুধবাৰে খুচুৰা বজাৰত পিয়াঁজৰ মূল্য 100 টকালৈ বৃদ্ধি পায় ৷ ৰাজধানী দিল্লী,চেন্নাইৰ লগতে অনান্য প্ৰান্ততো পিয়াঁজৰ মূল্য 100 টকা স্পৰ্শ কৰে ৷ নতুন দিল্লী, গুৱাহাটী, চেন্নাইৰ পৰা লাভ কৰা প্ৰতিবেদন অনুসৰি, আগন্তুক দিনবোৰত যদিহে পিয়াঁজৰ মূল্য নিয়ন্ত্ৰণ কৰা নহয়, তেন্তে মূল্য আৰু অধিক বৃদ্ধি পাব ৷ তথ্য অনুসৰি, 1 অক্টোবৰত 55 টকাকৈ সংৰক্ষণ কৰি পিয়াঁজৰ বজাৰ মূল্য বিগত সপ্তাহটোত 80 টকা স্পৰ্শ কৰে ৷

চেন্নাইৰ কয়োম্বড'ৰৰ পাইকাৰী বজাৰত 70 টকালৈ স্পৰ্শ কৰে পিয়াঁজৰ মূল্যই ৷ আনহাতে সৰু পিয়াঁজৰ বজাৰ মূল্য নিৰ্ধাৰিত মূল্যতকৈ 10 শতাংশ বেছি দৰত বিক্ৰী কৰা দেখা যায় ৷ গ্ৰাহকৰ অভিযোগৰ ভিত্তিত প্ৰশাসনে বজাৰ নিয়ন্ত্ৰণ কৰিব বুলি আশ্বাস প্ৰদান কৰে ৷ আনহাতে ওড়িশা চৰকাৰে আগন্তুক সপ্তাহটোত প্ৰতি কিঃমিঃ পিয়াঁজত 6 ৰ পৰা 10 বৃদ্ধি পাব বুলি জনায় ৷ পিয়াঁজৰ যোগান ধৰা তিনিখন ৰাজ্যতে চলি থকা ধাৰাষাৰ বৰষুণৰ বাবে অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটকত 6-10 টকালৈ বৃদ্ধি পাব পিয়াঁজৰ মূল্য ৷

লগতে পঢ়কঃ দিল্লীত মৃত্যুদূত ৰূপত বায়ু প্ৰদূষণ

পিয়াঁজৰ বৰ্ধিত মূল্য বৃদ্ধি সম্পৰ্কত ওড়িশা চৰকাৰৰ খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী আৰ পি শ্বৱাইনে মন্তব্য কৰে যে, মহাৰাষ্ট্ৰ কৰ্ণাটকত হৈ থকা তীব্ৰ বৃষ্টি পাতৰ ফলত বদ্ধি পাইছে পিয়াঁজৰ মূল্য ৷ আনহাতে কেন্দ্ৰীয় খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী ৰাম বিলাস পাচবানে মন্তব্য কৰে যে, ঘৰুৱা উৎপাদন 30-40 শতাংশ কম হোৱা বাবে খুচৰা বজাৰত বৃদ্ধি পাইছে পিয়াঁজৰ মূল্য ৷ পিয়াঁজৰ বৰ্ধিত মূল্য নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি আশ্বাস প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, পিযাঁজৰ বৰ্ধিত মূল্য নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত বুধবাৰে নিজ বাসগৃহত বিভাগটোৰ বিষয়া সকলৰ সৈতে এক বৈঠকত মিলিত হয় কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাচৱান ৷

Intro:Body:

Chennai, Bhubaneswar, New Delhi: The retail price of onions has touched as high as Rs 100/kg in retail markets in the country. High prices were noted in Chennai and the national capital due to the long distance from the major producing regions.

There is not a single major city left in the country that is not touched by the costly onion. Reports coming from New Delhi, Chennai, Guwahati and Bhubaneswar suggest that onion prices likely to go up further if effective steps are not taken.

As per the official data, the rates stood at Rs 55/kg on October 1 in Delhi and risen by 45 per cent in the last one week to Rs 80/kg despite the central government's measures to boost supply and contain price rise.

However, customers’ complaint that the ‘official’ prices are not reflecting the real prices in the neighbourhood shops and quality onions are in the range of Rs 90-100/kg.

In Chennai too, there is a similar trend.

In the Koyambedu wholesale market, onion prices reached up to Rs 70/kg. Prices of small onions that are used for sambar are 10 per cent costlier.

On Wednesday, the government had a high level meeting at the secretariat to take stock of the situation.

The Odisha government on Tuesday said the price of onions may further go up by Rs 6-10 per kilogram, due to rain in three supplier states.

“Onion prices will go up by another Rs 6-10 as rain in Andhra Pradesh, Maharashtra and Karnataka have affected the supply of onion to Odisha," Food Supplies and Consumer Welfare Minister R P Swain told reporters in Bhubaneswar.

Why are the prices increasing?

Onion prices are ruling high for more than a month in many parts of the country due to supply disruption following heavy rains in major growing states like Maharashtra and Karnataka.

Union Food and Consumer Affairs Minister Ram Vilas Paswan said on Wednesday the prices have shot in the retail market due to 30-40 per cent decline in domestic production and the government is taking all steps to contain the price rise.

In view of high prices, Paswan reviewed the situation of demand, supply and prices with top officials of food and consumer affairs departments for two hours at his residence. The secretaries of both the departments were present.

Stops exports and eases imports

To ease the situation, the government has taken a number of steps including banning of onion exports.

On Tuesday, Indian missions in Afghanistan, Egypt, Turkey and Iran have been asked to facilitate supply of onions to India.

This is expected to facilitate immediate import of 80 containers and diversion of 100 containers in the high seas to India.

Conclusion:
Last Updated : Nov 6, 2019, 11:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.