ETV Bharat / bharat

দুৰ্নীতি নিবাৰক শাখাৰ জালত হায়দৰাবাদৰ দুই বাণিজ্যিক কৰ বিষয়া - দুৰ্নীতি নিবাৰক শাখা

এজন ব্যক্তিৰ পৰা 40,000 টকাৰ উপঢৌকন সংগ্ৰহ কৰাৰ সময়ত হাতে-লোটে ধৰা পৰে হায়দৰাবাদৰ দুই বাণিজ্যিক কৰ বিষয়া ৷

দুৰ্নীতি নিবাৰক শাখাৰ জালত হায়দৰাবাদৰ দুই বাণিজ্যিক কৰ বিষয়া

author img

By

Published : Feb 10, 2021, 12:57 PM IST

নেশ্যনেল ডেস্ক,10 ফেব্ৰুৱাৰী: দুৰ্নীতি নিবাৰক শাখাৰ এটা অনুসন্ধানকাৰী দলে মঙলবাৰে হায়দৰাবাদৰ পৰা দুজন বাণিজ্যিক কৰ বিষয়াক গ্ৰেপ্তাৰ কৰে ৷ বিষয়া দুজনে এজন ব্যক্তিৰ পৰা 40,000 টকাৰ উপঢৌকন সংগ্ৰহ কৰাৰ সময়ত হাতে-লোটে ধৰা পৰে ৷ ৰঞ্জয় সিং নামৰ এজন লোকৰ পৰা ধনখিনি সংগ্ৰহ কৰাৰ সময়ত বাণিজ্যিক কৰ বিষয়া মহম্মদ ৱাচিফ আজম আৰু কনিষ্ঠ বাণিজ্যিক কৰ পৰিদৰ্শক মহম্মদ আস্ফাক গ্ৰেপ্তাৰ কৰা বুলি এক বিবৃতি যোগে অনুসন্ধানকাৰী দলটোৱে সদৰী কৰিছে ৷

সম্প্ৰতি ধৃত দুয়ো গৰাকী বিষয়াকে হায়দৰাবাদৰ চিটি অসামৰিক আদালত বিশেষ ন্যায়াধীশৰ সন্মুখত হাজিৰ কৰা হৈছে ৷

লগতে পঢ়ক:প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ফেচবুকত বিৰূপ মন্তব্য কৰি বিপদত ত্ৰিপুৰাৰ যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.