ETV Bharat / bharat

গোৰখপুৰত কুমাৰী পূজা কৰিলে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে

দেওবাৰে গোৰখপুৰত নৱমী পূজা উপলক্ষে "কন্যা পূজন (কুমাৰী পূজা)" আগঢ়ায় উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৷

author img

By

Published : Oct 25, 2020, 10:32 PM IST

কুমাৰী পূজা
কুমাৰী পূজা

নেশ্যনেল ডেস্ক, 25 অক্টোবৰ: উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দেওবাৰে গোৰখপুৰত নৱমী পূজা উপলক্ষে "কন্যা পূজন (কুমাৰী পূজা)" আগঢ়ায় ৷

  • मंत्राक्षरमयीं लक्ष्मीं मातृणां रूपधारिणीम्
    नवदुर्गात्मिकां साक्षात् कन्यामावाहयाम्यहम्।।जगत्पूज्ये जगद्वन्द्ये सर्वशक्तिस्वरुपिणि।
    पूजां गृहाण कौमारि जगन्मातर्नमोस्तु ते।।

    नवरात्रि के शुभ अवसर पर आज विधि-विधान से कन्या-पूजन का पुनीत कार्य संपन्न हुआ।

    कन्या देवियों को नमन! pic.twitter.com/bwvP2FKOAH

    — Yogi Adityanath (@myogiadityanath) October 25, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিগৰাকী কন্যা শিশুৰ কপালত ফোট দি, ভৰি ধুওৱাৰ লগতে, একোখনকৈ "চুনৰি" উপহাৰ দিয়ে ৷ পূজাৰ অন্তত তেওঁ শিশু কেইটিক নিজে ভোজন পৰিৱেশন কৰায় ৷ "নৱৰাত্ৰি উপলক্ষে কন্যাক পূজা কৰাতো এক পবিত্ৰ কৰ্ম" বুলি লিখি মন্ত্ৰী গৰাকীয়ে টুইটাৰযোগে এটা পোষ্ট প্ৰদান কৰে ৷

লগতে পঢ়ক: দেশবাসীক বিজয়া দশমীৰ শুভেচ্ছা জনালে ছোনিয়া গান্ধীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.