ETV Bharat / bharat

শান্তিপূৰ্ণ আলোচনাৰ বাবে ভাৰত-চীনৰ সন্মতি প্ৰদান

গালৱান সংঘৰ্ষৰ ফলত চীনে জনাই যে,এই সপ্তাহৰ আৰম্ভণিতে ভাৰত-চীনৰ সংঘৰ্ষৰ শান্তিপূৰ্ণ আলোচনা কৰাৰ বাবে চেষ্টা চলাব । সাংবাদিক সন্মিলনত বিদেশ মন্ত্ৰালয়ে জনোৱা অনুসৰি,দুয়োখন দেশে সংঘৰ্ষৰ শান্তি পূৰ্ণ আলোচনাৰ কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে ।

author img

By

Published : Jun 18, 2020, 10:09 PM IST

china-says-it-agreed-to-a-cooling-down-at-border

নিউজ ডেস্ক, ১৮ জুন : গালৱান সংঘৰ্ষৰ ফলত চীনে জনাই যে,এই সপ্তাহৰ আৰম্ভণিতে ভাৰত-চীনৰ সংঘৰ্ষৰ শান্তিপূৰ্ণ আলোচনা কৰাৰ বাবে চেষ্টা চলাব ।

বৃহস্পতিবাৰে এক সাংবাদিক সন্মিলনত বিদেশ মন্ত্ৰালয়ে জনোৱা অনুসৰি,দুয়োখন দেশে সংঘৰ্ষৰ শান্তি পূৰ্ণ আলোচনাৰ কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে ।

china-says-it-agreed-to-a-cooling-down-at-border
শান্তিপূৰ্ণ আলোচনাৰ বাবে ভাৰত-চীনৰ সন্মতি প্ৰদান

ভাৰতীয় সেনাৰ ফালৰ পৰা জনোৱা অনুসৰি,সোমবাৰৰ লাডাখ ক্ষেত্ৰত দুয়ো পক্ষৰ মাজত অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ নকৰাকৈ সংঘৰ্ষত লিপ্ত হৈছিল ।

চীনা সেনাই অভিযোগ কৰা অনুসৰি, ভাৰতীয় সেনাই সংঘৰ্ষৰ বাবে উচতনি দিয়াৰ অভিযোগ উখাপন হৈছিল ।

লগতে পঢ়ক : হাইলাকান্দিৰ কোৱাৰেণ্টাইন চেণ্টাৰত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.