ETV Bharat / bharat

মাছুদ আজহাৰ সন্ত্ৰাসবাদী নহয় : চীন

author img

By

Published : Mar 14, 2019, 11:48 AM IST

ৰাষ্ট্ৰসংঘৰ মজিয়াত মাছুদ আজহাৰক ৰক্ষণাবেক্ষণ চীনৰ

etv bharat

নিউজ ডেস্ক,14 মাৰ্চ: ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতক প্ৰতাৰণা চীনৰ৷ চতুৰ্থবাৰলৈ জইছ-ই-মহম্মদৰ প্ৰধান ও দুধৰ্ষ সন্ত্ৰাসবাদী মাছুদ আজহাৰক আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ৰূপে ঘোষণা কৰাত হেঙাৰ হৈ থিয় দিলে চীনে৷

পুলৱামা কাণ্ডৰ পাচতেই মাৰ্কিন যুক্তৰাষ্ট্ৰ, ফ্ৰান্স আৰু ইংলেণ্ডে (P-৩ ৰাষ্ট্ৰ) ৰাষ্ট্ৰসভাৰ নিৰাপত্তা পৰিষদত দাখিল কৰিছিল জইছ-ই-মহম্মদৰ মাষ্টাৰমাইণ্ড মাছুদ আজহাৰক আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰাৰ বাবে প্ৰস্তাৱ৷ কিন্তু বুধবাৰে ৰাষ্ট্ৰসংঘৰ মজিয়াত P-৩ ৰাষ্ট্ৰসমূহৰ প্ৰস্তাৱক গৃহীত হোৱাত বাধা দিয়ে চীনে৷

ইয়াৰ পূৰ্বেও 2009 চনত ভাৰতে মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণা কৰিবলৈ ৰাষ্ট্ৰসংঘৰ মজিয়াত দাখিল কৰিছিল প্ৰস্তাৱ । 2016 চনত ভাৰতে P-৩ দেশসমূহৰ সৈতে লগ লাগি মাছুদ আজহাৰৰ বিৰুদ্ধে দাখিল কৰিছিল আবেদন । 2017 চনত ৰাষ্ট্ৰসংঘত মজিয়াত আজহাৰৰ বিৰুদ্ধে পুনৰবাৰ ভাৰতে ৰাষ্ট্ৰসংঘৰ মজিয়াত দাখিল কৰিছিল আবেদন । কিন্তু প্ৰত্যেকবাৰেই মাছুদ আজহাৰক সমৰ্থন কৰি আহিছে চীনে৷ চীনৰ এই কাণ্ডত অসন্তুষ্টি প্ৰকাশ কৰিছে P-৩ দেশসমূহৰ লগতে খোদ ভাৰত তথা ভাৰতৰ সমৰ্থনত থকা 10 খন ৰাষ্ট্ৰই৷

China once again blocks UNSC from proscribing JeM chief

ৰাষ্ট্ৰসংঘৰ মজিয়াত মাচুদ আজহাৰক ৰক্ষণাবেক্ষণ চীনৰ

মাচুদ আজহাৰ সন্ত্ৰাসবাদী নহয় : চীন

নিউজ ডেস্ক,14 মাৰ্চ: ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতক প্ৰতাৰণা হালধীয়া চীনৰ৷ চতুৰ্থবাৰলৈ মাচুদ আজহাৰক আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ মৰ্যাদা প্ৰদানত হেঙাৰ ৰূপে থিয় দিলে চীনে৷ 

পুলৱামা কাণ্ডৰ পাচতেই মাৰ্কিন যুক্তৰাষ্ট্ৰ, ফ্ৰান্স আৰু ইংলেণ্ডে (P-৩ ৰাষ্ট্ৰ) ৰাষ্ট্ৰসভাৰ নিৰাপত্তা পৰিষদত দাখিল কৰিছিল জইছ-ই-মহম্মদৰ মাষ্টাৰমাইণ্ড মাচুদ আজহাৰক আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী মৰ্যাদা প্ৰদানৰ প্ৰস্তাৱ৷ কিন্তু বুধবাৰে ৰাষ্ট্ৰসংঘৰ মজিয়াত P-৩ ৰাষ্ট্ৰসমূহৰ প্ৰস্তাৱক গৃহীত হোৱাত বাধা দিয়ে চীনে৷ 

ইয়াৰ পূৰ্বেও 2009 চনত ভাৰতে মাচুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী আখ্যা প্ৰদান কৰিবলৈ ৰাষ্ট্ৰসংঘৰ মজিয়াত দাখিল কৰিছিল প্ৰস্তাৱ । 2016 চনত ভাৰতে P-৩ দেশসমূহৰ সৈতে লগ লাগি মাচুদ আজহাৰৰ বিৰুদ্ধে দাখিল কৰিছিল আবেদন । 2017 চনত ৰাষ্ট্ৰসংঘত মজিয়াত আজহাৰৰ বিৰুদ্দে পুনৰবাৰ ভাৰতে ৰাষ্ট্ৰসংঘৰ মজিয়াত দাখিল কৰিছিল আবেদন । কিন্তু প্ৰত্যেকবাৰেই মাচুদ আজহাৰক সমৰ্থন কৰি আহিছে চীনে৷ চীনৰ এই কাণ্ডত অসন্তুতি প্ৰদান কৰিছে P-৩ দেশসমূহৰ লগতে খোদ ভাৰত তথা ভাৰতৰ সমৰ্থনত থকা 10 খন ৰাষ্ট্ৰই৷ 
JeM_chiefmar3_3OJAniM_969Xthu_2HO7FIJ.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.