ETV Bharat / bharat

কৰ'ণা ভাইৰাছৰ আকৃতিত অটোৰিক্সা তৈয়াৰ - কৰ'ণা ভাইৰাছ

লক ডাউনৰ সময়তে কৰ'ণা ভাইৰাছৰ আকৃতিৰ অটোৰিক্সা এখন চেন্নাইত দেখা পোৱা গৈছিল । অটোৰিক্সা খন কৰ'ণা ভাইৰাছৰ আকৃতিৰে সজোৱাৰ উদ্দেশ্য আছিল ৰাইজক এই মাৰাত্মক মহামাৰীৰ বিষয়ে সজাগ কৰোৱা ।

Chennai artist modifies auto-rickshaw on theme of COVID-19

author img

By

Published : Apr 24, 2020, 4:43 PM IST

চেন্নাই, 24 এপ্ৰিলঃ চেন্নাইৰ এজন শিল্পীয়ে অটোৰিক্সা এখনক COVID- 19ৰ বিষয় হিচাপে লৈ কৰ'ণা ভাইৰাছৰ ৰূপ দিছে ।

মাস্ক পৰিধান নকৰা লোকসকলে বৃহৎ ক্ষতিৰ সন্মূখীন হ'ব পাৰে,সেয়ে তেওঁলোকক সজাগ কৰাৰ উদ্দেশ্যেৰে শিল্পীজনে ৰিক্সাখনৰ আকৃতি কৰ'ণা ভাইৰাছৰ দৰে কৰা বুলি উল্লেখ কৰে ।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ তথ্য অনুসৰি তামিলনাডুত মুঠ 1,629 টা COVID-19 পজিটিভ কেচ পোৱা গৈছে, আৰু 18 জনৰ মৃত্যু হৈছে। আনহাতে 662 গৰাকী সুস্থ হৈ উঠিছে ।

লগতে পঢ়কঃ ৩ মাহৰ বাবে ভাৰাতীয়াৰ পৰা ভাড়া সংগ্ৰহ কৰিব নোৱাৰিব মালিকেঃ তেলেংগানা চৰকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.