ETV Bharat / bharat

দান্তেৱাৰাত নিহত দুই নক্সালবাদী - স্পেছিয়েল টাস্ক ফোৰ্চ

জিলা ৰিজাৰ্ভ গাৰ্ড আৰু স্পেছিয়েল টাস্ক ফোৰ্চৰ সৈতে আৰাণপুৰ আৰক্ষী চকীৰ অন্তৰ্গত গোন্দাৰাচ হাবিত নক্সালৰ লগত সংঘটিত হয় এই গুলীয়াগুলীৰ ঘটনা ৷

etv bharat
author img

By

Published : May 8, 2019, 12:16 PM IST

চত্তীশগড়, 8 মে’: চত্তীশগড়ৰ দান্তেৱাৰাত জিলা ৰিজাৰ্ভ গাৰ্ড আৰু স্পেছিয়েল টাস্ক ফোৰ্চ ৰ সৈতে নক্সালৰ সংঘৰ্ষত দুগৰাকী নক্সাল নিহত ৷ বুধবাৰে গোন্দাৰাচ হাবিত সংঘটিত হয় এই গুলীয়াগুলী সংঘৰ্ষ ৷ আৰাণপুৰ আৰক্ষী চকীৰ অন্তৰ্গত অঞ্চলটোত পুৱা প্ৰায় 5 বজাৰ পৰাই নক্সাল আৰু আৰক্ষীৰ মাজত গুলীয়াগুলী আৰম্ভ হয় ৷ ইতিমধ্যে আৰক্ষীৰ দলে নিহত নক্সালকেইজনৰ মৃতদেহৰ লগতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এটা INSAS ৰাইফলৰ লগতে বহুতো বিস্ফোৰক সামগ্ৰী ৷

দান্তেৱাৰা আৰক্ষী পৰিদৰ্শক অভিষেক পল্লৱে প্ৰকাশ কৰা অনুসৰি, জিলা ৰিজাৰ্ভ গাৰ্ডৰ মহিলা কামাণ্ডো দান্তেশ্বৰী লাডাকেও এই সংঘৰ্ষত অংশ লৈছিল ৷ লগতে, এতিয়ালৈকে কোনো আৰক্ষী বিষয়া এই সংঘৰ্ষটোত হতাহত হোৱা নাই ৷

chattisgarh: 2 naxal killed in Dantewada encounter

দান্তেৱাৰাত নিহত দুই নক্সালবাদী

জিলা ৰিজাৰ্ভ গাৰ্ড আৰু স্পেছিয়েল টাস্ক ফোৰ্চ ৰ সৈতে  আৰাণপুৰ আৰক্ষী চকীৰ অন্তৰ্গত  গোন্দাৰাচ হাবিত সংঘটিত হয় নক্সালৰ লগত এই গুলীয়াগুলী সংঘৰ্ষ ৷

চত্তীশগড়, 8 এপ্ৰিলঃ চত্তীশগড়ৰ দান্তেৱাৰাত জিলা ৰিজাৰ্ভ গাৰ্ড আৰু স্পেছিয়েল টাস্ক ফোৰ্চ ৰ সৈতে নক্সালৰ সংঘৰ্ষত দুগৰাকী নক্সাল নিহত ৷ বুধবাৰে গোন্দাৰাচ হাবিত সংঘটিত হয় এই গুলীয়াগুলী সংঘৰ্ষ ৷ আৰাণপুৰ আৰক্ষী চকীৰ অন্তৰ্গত অঞ্চলটোত পুৱা প্ৰায় 5 বজাৰ পৰাই নক্সাল আৰু আৰক্ষীৰ মাজত গুলীয়াগুলী আৰম্ভ হয় ৷ ইতিমধ্যে আৰক্ষীৰ দলে নিহত নক্সালকেইজনৰ মৃতদেহৰ লগতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এটা INSAS ৰাইফলৰ লগতে বহুতো বিস্ফোৰক সামগ্ৰী ৷ 

দান্তেৱাৰা আৰক্ষী পৰিদৰ্শক অভিষেক পল্লৱে প্ৰকাশ কৰা অনুসৰি,  জিলা ৰিজাৰ্ভ গাৰ্ডৰ মহিলা কামাণ্ডো দান্তেশ্বৰী লাডাকেও এই সংঘৰ্ষত অংশ লৈছিল ৷ লগতে,  এতিয়ালৈকে কোনো আৰক্ষী বিষয়া এই সংঘৰ্ষটোত হতাহত হোৱা নাই ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.