ETV Bharat / bharat

মধ্য প্ৰদেশত ১ টকাকৈ বৃদ্ধি পেট্ৰ'ল-ডিজেল মূল্য - COVID-19

মহামাৰী COVID-19ৰ বাবে দেখা দিয়া আৰ্থিক সংকটৰ বাবেই মধ্য প্ৰদেশত বৃদ্ধি কৰিলে পেট্ৰ'ল-ডিজেলৰ মূল্য । মধ্য প্ৰদেশ চৰকাৰে শুকুৰবাৰৰ পৰা ১ টকাকৈ বৃদ্ধি কৰে পেট্ৰ'ল-ডিজেল মূল্য ।

মধ্য প্ৰদেশ
মধ্য প্ৰদেশত ১ টকাকৈ বৃদ্ধি পেট্ৰ'ল-ডিজেল মূল্য
author img

By

Published : Jun 13, 2020, 9:47 AM IST

নিউজ ডেস্ক, ১৩ জুনঃ মধ্য প্ৰদেশ চৰকাৰে শুকুৰবাৰৰ পৰা সমগ্ৰ ৰাজ্যতে বৃদ্ধি কৰে পেট্ৰ'ল-ডিজেল মূল্য । মহামাৰী COVID-19ৰ পৰা সংকটৰ সময়ছোৱাত সজাগতা তথা প্ৰতিৰোধৰ বাবে শুকুৰবাৰৰ পৰা ১ টকাকৈ বৃদ্ধি কৰে পেট্ৰ'ল-ডিজেল মূল্য ।

বাণিজ্যিক কৰ বিভাগৰ এক আদেশৰ ভিত্তিতে মধ্য প্ৰদেশত ১৩ জুন অৰ্থাৎ শনিবাৰৰ পৰা ১ টকাকৈ বৃদ্ধি হ'ব পেট্ৰ'ল-ডিজেলৰ মূল্য ।

মধ্য প্ৰদেশ
মধ্য প্ৰদেশত ১ টকাকৈ বৃদ্ধি পেট্ৰ'ল-ডিজেল মূল্য

আনহাতে, মধ্য প্ৰদেশত পেট্ৰ'লত ৩.৫০ টকা আৰু ডিজেলত ২ টকাকৈ অতিৰিক্ত কৰ বৃদ্ধি কৰা হৈছে । যাৰ ফলত ৰাজ্যখনত প্ৰতিলিটাৰ পেট্ৰ'লত ৪.৫০ টকা আৰু ডিজেলত ৩ টকা বৃদ্ধি হয় ।

উল্লেখ্য যে, এই অতিৰিক্ত কৰ বৃদ্ধিৰ পৰা বছৰে পেট্ৰ'ল বিক্ৰীৰ পৰা ২০০ কোটি টকা আৰু ডিজেল বিক্ৰীৰ পৰা ৩৭০ কোটি টকা মধ্য প্ৰদেশ চৰকাৰে লাভ কৰিব বুলি অনুমান কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.