ETV Bharat / bharat

কেন্দ্ৰীয় চৰকাৰৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ চিকিৎসাৰ মূল্য নিৰ্ধাৰণ

কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে দিল্লীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ ৮০০০ পৰা ১০০০০ হাজাৰ পিপিই কিট যুক্ত আইছেলচন ৱাৰ্ড আৰু ICU মূল্য হ্ৰাস কৰিবৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

কেন্দ্ৰীয় চৰকাৰৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ চিকিৎসাৰ মূল্য নিৰ্ধাৰণ
কেন্দ্ৰীয় চৰকাৰৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ চিকিৎসাৰ মূল্য নিৰ্ধাৰণ
author img

By

Published : Jun 20, 2020, 3:04 PM IST

Updated : Jun 20, 2020, 3:15 PM IST

নিউজ ডেস্ক,২০জুনঃ শুকুৰবাৰে গৃহমন্ত্রী অমিত শ্বাহে দিল্লীৰ জনসাধাৰণৰ বাবে কিছু সকাহ প্ৰদান কৰিছে । দিল্লীত থকা ব্যক্তি গত খণ্ডৰ চিকিৎসালয় বোৰত ৬০ শতাংশ মাচুল ৰেহাই কৰিবৰ নিদের্শ প্ৰদান কৰে। ICU আৰু বেড বোৰ আইছলেচন ৱাৰ্ডৰ মূল্য হ্রাস কৰে। বৰ্তমান ব্যক্তি খণ্ডৰ চিকিৎসালয়ত ৮০০০ পৰা ১০০০০ আইছলেচন ৱাৰ্ড আছে ,পিপিই কিটৰ সুবিধা যু্ক্ত। মাচুল আছিল ২৪০০০ পৰা ২৫০০০ হাজাৰ টকাৰ ভিতৰত ।সম্প্ৰতি চৰকাৰৰ আনুৰোধত ইয়াৰ মূল্য ১৩০০০ পৰা ১৫০০০হাজাৰ টকা কৰা হৈছে যাতে কোভিড ১৯ ৰোগীৰ কোনো ধৰণৰ অসুবিধা নহয় চিকিৎসাৰ ক্ষেত্রত ।

কেন্দ্ৰীয় চৰকাৰৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ চিকিৎসাৰ মূল্য নিৰ্ধাৰণ
কেন্দ্ৰীয় চৰকাৰৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ চিকিৎসাৰ মূল্য নিৰ্ধাৰণ

লগতে চাওকঃ কলিয়াবৰত পুনৰ দুজনৰ দেহত কোভিড-19 পজিটিভ

Last Updated : Jun 20, 2020, 3:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.