ETV Bharat / bharat

ভাৰতৰ ধৰ্মনিৰপেক্ষতাৰ বাবে গৰ্বিত ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়

আমেৰিকা যুক্তৰাষ্ট্ৰৰ দাবী খাৰিজ কৰি এই মন্তব্য ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ৰ

ভাৰতৰ ধৰ্মনিৰপেক্ষতাৰ বাবে গৰ্বিত ভাৰতীয়_বৈদেশিক মন্ত্ৰণালয়
author img

By

Published : Jun 23, 2019, 2:33 PM IST

দিল্লী, 23 জুনঃ ধৰ্মীয় স্বাধীনতা সন্দৰ্ভত আমেৰিকাৰ এক ৰিপ'ৰ্টক সমালোচনা বৈদেশিক মন্ত্ৰণালয়ৰ ৷ 2018 বৰ্ষত ভাৰতত সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত আক্ৰমণ হৈছিল বুলি উল্লেখ কৰা আছিল আমেৰিকাৰ এই ৰিপ'ৰ্টত ৷ দেওবাৰে এই ৰিপ'ৰ্টক সমালোচনা কৰি ভাৰত ধৰ্মনিৰপেক্ষতা, সহিষ্ঞুতা আৰু বৃহত্তম গণতন্ত্ৰৰ বাবে গৰ্বিত বুলি উল্লে কৰে ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে ৷

আন্তৰ্জাতিক ধৰ্মীয় স্বাধীনতা সংক্ৰান্তত আমেৰিকাৰ স্বৰাষ্ট্ৰ দপ্তৰে প্ৰকাশ কৰা ৰিপ'ৰ্টৰ এক প্ৰতিবেদনত ভাৰতৰ ধৰ্মীয় স্বাধীনতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা হৈছিল ৷ বিশেষকৈ ভাৰতত থকা সংখ্যালঘু লোকৰ ওপৰত উগ্ৰ হিন্দুত্ববাদৰ আক্ৰমণ কৰা হৈছিল বুলি তীব্ৰ নিন্দা কৰা হৈছিল এই ৰিপ'ৰ্টত ৷ এই ৰিপ'ৰ্ট প্ৰকাশ পোৱাৰ কেইঘন্টামান পিচতে এই ৰিপ'ৰ্টক কঠোৰ সমালোচনা কৰে বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে ৷

https://www.etvbharat.com/bengali/west-bengal/bharat/bharat-news/india-rejects-us-report-on-religious-freedom/wb20190623131750873

Centre Rejects US Report on Religious Freedom, Says Others Can't Pronounce on State of Indian Citizens
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.