ETV Bharat / bharat

দিল্লী বিশ্ববিদ্যালয়ত এবিভিপিৰ আনন্দোৎসৱ - তিনিখনকৈ আসন লাভ

দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে (এবিভিপি) জয় লাভ কৰাৰ পাছতে আনন্দোৎসৱ পালন কৰে ৷ শুকুৰবাৰে ঘোষণা কৰা নিৰ্বাচনৰ ফলাফলত এবিভিপিয়ে (ABVP) এনএছয়ুআইক (NSUI) পৰাস্ত কৰে ৷ নিৰ্বাচনত এবিভিপিয়ে তিনিখনকৈ আসন লাভ কৰাৰ বিপৰীতে এনএছয়ুআইয়ে এখনহে আসন দখল কৰিবলৈ সক্ষম হয় ৷

দিল্লী বিশ্ববিদ্যালয়ত এবিভিপিৰ আনন্দোৎসৱ
author img

By

Published : Sep 13, 2019, 10:50 PM IST

নেশ্বনেল ডেস্ক, 13 ছেপ্তেম্বৰ : দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে (এবিভিপি) জয় লাভ কৰাৰ পাছতে আনন্দোৎসৱ পালন কৰে ৷ শুকুৰবাৰে ঘোষণা কৰা নিৰ্বাচনৰ ফলাফলত এবিভিপিয়ে (ABVP) এনএছয়ুআইক (NSUI) পৰাস্ত কৰে ৷ নিৰ্বাচনত এবিভিপিয়ে তিনিখনকৈ আসন লাভ কৰাৰ বিপৰীতে এনএছয়ুআইয়ে এখনহে আসন দখল কৰিবলৈ সক্ষম হয় ৷

দিল্লী বিশ্ববিদ্যালয়ত এবিভিপিৰ আনন্দোৎসৱ

এবিভিপিয়ে সভাপতি, সাধাৰণ সভাপতি আৰু যুটীয়া সম্পাদক পদত জয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ৷ দলটোৰ হৈ সভাপতি পদত অক্ষৰধাৰা, সাধাৰণ সভাপতি পদত প্ৰদীপ তন্বৰ আৰু যুটীয়া সম্পাদক পদত শিবাংগী খাৰবালে জয় লাভ কৰে ৷ আনহাতে, এনএছয়ুআইয়ে সম্পাদক পদত জয় লাভ কৰিবলৈ সক্ষম হয় ৷

Intro:दिल्ली विश्वविद्यालय छात्र संघ चुनाव के नतीजे आ गए जिसमें से एबीवीपी ने तीन और एनएसयूआई ने एक सीट पर जीत हासिल की एबीवीपी ने प्रेसिडेंट वाइस प्रेसिडेंट और जॉइंट सेक्रेटरी पद पर जीत हासिल की वहीं एनएसयूआई सेक्रेटरी पद पर जीत गई

Body:अक्षरधारा प्रेसिडेंट वाइस प्रेसिडेंट प्रदीप तंवर ज्वाइंट सेक्रेट्री शिवांगी खारवाल ने जीत दर्ज की

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.