ETV Bharat / bharat

পি চিদান্বৰামক দুঘণ্টাৰ ভিতৰত হাজিৰ হ'বলৈ নিৰ্দেশ চি বি আইৰ

আই অন এক্স মিডিয়া কেলেংকাৰীৰ অভিযোগত অভিযুক্ত  বৰ্ষীয়ান কংগ্ৰেছ নেতা পি. চিদাম্বৰামলৈ  মঙলবাৰে  চিবিআইয়ে আইনী জাননী প্ৰেৰণ কৰে৷ জাননীখনত তেওঁক দুই ঘণ্টাৰ ভিতৰত চিবিআইৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ আহ্বান জনায়৷ চুপ্ৰিম ক'ৰ্টৰ শুনানিৰ পূৰ্বে কোনো আইনী ব্যৱস্থা গ্ৰহণ নকৰিবলৈ চিবিআইলৈ অনুৰোধ প্ৰাক্তন বিত্তমন্ত্ৰী গৰাকীৰ অধিবক্তাৰ৷

পি চিদান্বৰামক দুঘণ্টাৰ ভিতৰত হাজিৰ হ'বলৈ নিৰ্দেশ চি বি আইৰ
author img

By

Published : Aug 21, 2019, 10:47 AM IST

নতুন দিল্লী, 21 আগষ্ট (এ.এন.আই): কেন্দ্ৰীয় তদন্ত ব্যুৰো (চিবিআই)য়ে মঙলবাৰে নিশা বৰ্ষীয়ান কংগ্ৰেছ নেতা পি. চিদাম্বৰামৰ বাসভৱনৰ বাহিৰত আইনী জাননী প্ৰেৰণ কৰে ৷ জাননীখনত তেওঁক দুই ঘণ্টাৰ ভিতৰত চিবিআইৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ আহ্বান জনাই ৷ উচ্চতম ন্যায়ালয়ৰ শুনানিৰ পূৰ্বে নেতা জনৰ ক্ষেত্ৰত কোনো আইনী ব্যৱস্থা গ্ৰহণ নকৰিবলৈ চিবিআইলৈ অনুৰোধ প্ৰাক্তন বিত্তমন্ত্ৰী গৰাকীৰ অধিবক্তাৰ ৷
চিদান্বৰামৰ অধিবক্তা অৰ্শদ্বীপ সিঙ খুৰানাই চিবিআইৰ মূখ্য আৰক্ষী অধীক্ষক পি. পাৰ্থসাৰথিলৈ মেইলযোগে উল্লেখ কৰে যে, 2ঘণ্টাৰ ভিতৰত হাজিৰ হ'বলৈ দিয়া চিবিআইয়ে জাৰি কৰা আইনী জাননীয়ে আইনী বিধানক অৱজ্ঞা কৰিছে ৷ ইয়াৰ পূৰ্বে আই অন এক্স মিডিয়া কেলেংকাৰীৰ অভিযোগত অভিযুক্ত পি. চিদাম্বৰামৰ জামিন আবেদন নাকচ কৰিছিল দিল্লী উচ্চ ন্যায়ালয়ে ৷ চিদাম্বৰামৰ আইনী প্ৰক্ৰিয়াৰ শীৰ্ষ অধিবক্তা কপিল চিব্বাল আৰু অভিষেক মনুই উচ্চ ন্যায়ালয়ৰ আদেশক আপীল জনাবলৈ উচ্চতম ন্যায়ালয়ৰ জেষ্ঠ ন্যায়াধীশৰে আলোচনাত মিলিত হ'ব৷ এই কথা উচ্চতম ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশ ৰঞ্জন গগৈক লগ কৰাৰ পিছত জানিবলৈ দিয়ে ৷
ইফালে, INX মিডিয়া কেলেংকাৰী সন্দৰ্ভত চিদাম্বৰমে দাখিল কৰা আবেদনৰ শুনানিৰ বাবে ১০.৩০ বজাত সময় নিৰ্ধাৰণ কৰিছে উচ্চতম ন্যায়ালয়ে। সেয়েহে চিদাম্বৰমৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰি ১০.৩০ বজালৈ অপেক্ষা কৰাৰ অনুৰোধ জনাই প্ৰাক্তন মন্ত্ৰীগৰাকীক অধিবক্তাই৷ কিন্তু পুৱা তৃতীয়বাৰলৈ পি চিদাম্বৰমৰ বাসগৃহত CBIৰ দলে অভিযান চলাই৷ অভিযানৰ সময়ত বাসগৃহত নাছিল প্ৰাক্তন মন্ত্ৰীগৰাকী৷

চিদান্বৰামক দুঘণ্টাৰ ভিতৰত হাজিৰ হ'বলৈ নিৰ্দেশ চিবিআইৰ

Summary: আইঅনএক্স মিডিয়া কেলেংকাৰীৰ অভিযোগত অভিযুক্ত  বৰ্ষীয়ান কংগ্ৰেছ নেতা পি. চিদাম্বৰামলৈ  মঙলবাৰে  চিবিআইয়ে আইনী জাননী প্ৰেৰণ কৰে৷ জাননীখনত তেওঁক দুই ঘণ্টাৰ ভিতৰত চিবিআইৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ আহ্বান জনায়৷ চুপ্ৰিম ক'ৰ্টৰ শুনানিৰ পূৰ্বে কোনো আইনী ব্যৱস্থা গ্ৰহণ নকৰিবলৈ চিবিআইলৈ অনুৰোধ প্ৰাক্তন বিত্তমন্ত্ৰী গৰাকীৰ অধিবক্তাৰ৷

নতুন দিল্লী, 21 আগষ্ট (এ.এন.আই): কেন্দ্ৰীয় তদন্ত ব্যুৰো (চিবিআই)য়ে মঙলবাৰে নিশা বৰ্ষীয়ান কংগ্ৰেছ নেতা পি. চিদাম্বৰামৰ বাসভৱনৰ বাহিৰত এক আইনী জাননী প্ৰেৰণ কৰে৷ জাননীখনত তেওঁক দুই ঘণ্টাৰ ভিতৰত চিবিআইৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ আহ্বান জনোৱা হয়৷ চুপ্ৰিম ক'ৰ্টৰ শুনানিৰ পূৰ্বে কোনো আইনী ব্যৱস্থা গ্ৰহণ নকৰিবলৈ চিবিআইলৈ অনুৰোধ প্ৰাক্তন বিত্তমন্ত্ৰী গৰাকীৰ অধিবক্তাৰ৷

চিদান্বৰামৰ অধিবক্তা অৰ্শদ্বীপ সিঙ খুৰানাই চিবিআইৰ মূখ্য আৰক্ষী অধীক্ষক পি. পাৰ্থসাৰথিলৈ মেইলযোগে উল্লেখ কৰে যে, 2ঘণ্টাৰ ভিতৰত হাজিৰ হ'বলৈ দিয়া চিবিআই জাৰি কৰা আইনী জাননীয়ে আইনী বিধানক অৱজ্ঞা কৰিছে৷  

ইয়াৰ পূৰ্ব্বে, আইঅনএক্স মিডিয়া কেলেংকাৰীৰ অভিযোগত অভিযুক্ত পি. চিদাম্বৰামৰ জামিন আবেদন নাকচ কৰিছিল দিল্লী উচ্চ ন্যায়ালয়ে৷ চিদাম্বৰামৰ আইনী প্ৰক্ৰিয়াৰ শীৰ্ষ অধিবক্তা কপিল চিব্বাল আৰু অভিষেক মনুই উচ্চ ন্যায়ালয়ৰ আদেশক আপীল জনাবলৈ উচ্চতম ন্যায়ালয়ৰ জেষ্ঠ ন্যায়াধীশৰে আলোচনাত মিলিত হ'ব৷  এই কথা উচ্চতম ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশ ৰঞ্জন গগৈক লগ কৰাৰ পিছত জানিবলৈ দিয়ে৷

 ইফালে,  INX মিডিয়া কেলেংকাৰী সন্দৰ্ভত চিদাম্বৰমে দাখিল কৰা আবেদনৰ শুনানিৰ বাবে ১০.৩০ বজাত সময় নিৰ্ধাৰণ কৰিছে উচ্চতম ন্যায়ালয়ে। সেয়েহে চিদাম্বৰমৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰি ১০.৩০ বজালৈ অপেক্ষা কৰাৰ অনুৰোধ জনাই প্ৰাক্তন মন্ত্ৰীগৰাকীক অধিবক্তাই৷ কিন্তু পুৱা তৃতীয়বাৰলৈ পি চিদাম্বৰমৰ বাসগৃহত CBIৰ দলে অভিযান চলাই৷ অভিযানৰ সময়ত বাসগৃহত নাছিল প্ৰাক্তন মন্ত্ৰীগৰাকী৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.