ETV Bharat / bharat

চৰকাৰে নিশ্চিত কৰক ভাৰতত চীনা সেনা প্ৰৱেশ কৰিছে নে নাই! - চৰকাৰে নিশ্চিত কৰক ভাৰতত চীনা সেনা প্ৰৱেশ কৰিছে নে নাই!

ভাৰতত সঁচাকৈ কোনো চীনা সেনা প্ৰৱেশ নকৰা বুলি শাসনাধীষ্ঠ বিজেপি চৰকাৰক বুধবাৰে প্ৰশ্ন উত্থাপন কৰে পূৰ্বৰ কংগ্ৰেছৰ অধ্যক্ষ নৰেন্দ্ৰ মোডীয়ে । ভাৰত আৰু চীনৰ সেনাৰ মাজত হোৱা সংঘৰ্ষ সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাই কংগ্ৰেছ নেতা গৰাকীয়ে ।

ৰাহুল গান্ধী
কেন্দ্ৰীয় চৰকাৰ নিশ্চিত কৰক ভাৰতত চীনা সেনা প্ৰৱেশ কৰিছে নে নাইঃ ৰাহুল গান্ধী
author img

By

Published : Jun 3, 2020, 2:56 PM IST

নিউজ ডেস্ক, ৩ জুনঃ পূৰ্বৰ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে বুধবাৰে পুনৰ চীনৰ সামৰিক বাহিনী ভাৰতত প্ৰৱেশ কৰা সন্দৰ্ভত কেন্দ্ৰত শাসনাধীষ্ঠ নৰেন্দ্ৰ মোদী চৰকাৰ ওচৰত প্ৰশ্ন উত্থাপন কৰে । বিজেপি চৰকাৰে ভাৰতত কোনো চীনা সেনা প্ৰৱেশ নকৰা বুলি নিশ্চিত হৈ নে নহয় বুলি প্ৰশ্ন উত্থাপন কৰে ৰাহুল গান্ধীয়ে ।

ৰাহুল গান্ধী
কেন্দ্ৰীয় চৰকাৰ নিশ্চিত কৰক ভাৰতত চীনা সেনা প্ৰৱেশ কৰিছে নে নাইঃ ৰাহুল গান্ধী

বুধবাৰে টুইটাৰযোগে ৰাহুল গান্ধীয়ে কয়,ভাৰত চৰকাৰে এইটো বিষয়ত নিশ্চিত নেকি যে ভাৰতত কোনো চীনা সৈন্য প্ৰৱেশ কৰা নাই । তেখেতসকলে সংবাদ মাধ্যমৰ জৰিয়তে কৈছিল যে,ভাৰত-চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মাজত পূৰ্ব লাডাখত ভাৰতীয় সেনা বাহিনী আৰু চীনা সেনা বাহিনীৰ মাজত হোৱা সংঘৰ্ষৰ সমাধানৰ লক্ষ্যৰে ৬ জুনত ভাৰত আৰু চীনৰ মাজত এখন বৈঠক অনুষ্ঠিত কৰা হৈছে । লগতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে চীনৰ এটি সেনা বাহিনীৰ দল লাডাখৰ সীমাত প্ৰত্যক্ষ কৰা বুলি সদৰী কৰিছে ।

ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে মে' মাহৰ শেষৰ ভাগত এখন সংবাদ মেলত অংশ গ্ৰহণ কৰা সময়তে চৰকাৰ বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰে। লগতে চীনৰ সৈতে ভাৰতৰ সীমাৰ স্থিতি সন্দৰ্ভত চৰকাৰৰ মৌনতা বিশেষ তাৎপৰ্য বহন কৰে বুলি টুইটাৰযোগে সদৰী কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । লগতে ভাৰত চৰকাৰক এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাই ৰাহুল গান্ধীয়ে ।

লগতে চাওকঃ I can't breathe: জৰ্জ ফ্লোয়েডৰ মৃত্যুক লৈ আমেৰিকাত অব্যাহত প্ৰতিবাদৰ জুই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.