ETV Bharat / bharat

বিহাৰ নিৰ্বাচনৰ ভোট গণনা,ভাগ্য নিৰ্ণয় হ'ব নীতিশ কুমাৰ চৰকাৰৰ - বিহাৰ নিৰ্বাচনৰ

বিহাৰৰ 38 খন জিলাৰ 55 টা কেন্দ্ৰত আৰম্ভ হোৱা এই ভোট গণনাই নিৰ্ণয় কৰিব প্ৰায় আঢ় দশক ধৰি ক্ষমতাত থকা নীতিশ কুমাৰ চৰকাৰৰ ৷ প্ৰত্যেকটো ভোট গণনা কেন্দ্ৰতে তীক্ষ্ণ দৃষ্টি ৰাখিছে নিৰাপত্তাৰক্ষীয়ে ৷

Bypolls 2020: Counting begins for 30 assembly seats in 11 states
বিহাৰ নিৰ্বাচনৰ ভোট গণনা, ভাগ্য নিৰ্ণয় হ'ব নীতিশ কুমাৰ চৰকাৰৰ
author img

By

Published : Nov 10, 2020, 12:02 PM IST

নিউজ ডেস্ক, 10 নৱেম্বৰঃ বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা কাৰ্যসুচী ইতিমধ্যে আৰম্ভ হৈছে ৷ বিহাৰৰ 38 খন জিলাৰ 55 টা কেন্দ্ৰত আৰম্ভ হোৱা এই ভোট গণনাই নিৰ্ণয় কৰিব প্ৰায় আঢ় দশক ধৰি ক্ষমতাত থকা নীতিশ কুমাৰ চৰকাৰৰ ৷

নিৰ্বাচন আয়োগৰ বিষয়া এইচ আৰ শ্ৰীনিবাসে সদৰি কৰা আনুসৰি ৃভোট গণনা কৰা সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ সৃষ্টি হ'ব নোৱাৰে তাৰে পৰ্যাপ্ত পৰিমাণে নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে ৷ প্ৰত্যেকটো ভোট গণনা কেন্দ্ৰতে তীক্ষ্ণ দৃষ্টি ৰাখিছে নিৰাপত্তাৰক্ষীয়ে ৷

লগতে পঢ়কঃ অতি শীঘ্ৰেই বিজেপিত যোগ দিব সাংসদ বিশ্বজিৎ দৈমাৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.