নিউজ ডেস্ক, 1 জুলাইঃ চিমলাৰ ঝাঞ্জীৰিত সংঘটিত হয় পথ দুৰ্ঘটনা ৷ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰে ভৰ্তি এখন পৰিবহন নিগমৰ বাছ পথৰ কাষৰ খাৱৈত বাগৰি পৰে ৷ ফলত থিতাতে নিহত হয় বাছ চালকৰ লগতে আহত হয় 6 শিশু ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰাৰ লগতে আহত সকলক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷
চিমলাত স্কুল বাছৰ দুৰ্ঘটনাঃ নিহত 1, আহত 6 শিশু - शिमला
স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰে ভৰ্তি এখন পৰিবহন নিগমৰ বাছ পথৰ কাষৰ খাৱৈত বাগৰি পৰে ৷
![চিমলাত স্কুল বাছৰ দুৰ্ঘটনাঃ নিহত 1, আহত 6 শিশু](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3710071-thumbnail-3x2-p.jpg?imwidth=3840)
চিমলাত স্কুল বাছৰ দুৰ্ঘটনাঃ নিহত 1 আহত 6 শিশু
নিউজ ডেস্ক, 1 জুলাইঃ চিমলাৰ ঝাঞ্জীৰিত সংঘটিত হয় পথ দুৰ্ঘটনা ৷ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰে ভৰ্তি এখন পৰিবহন নিগমৰ বাছ পথৰ কাষৰ খাৱৈত বাগৰি পৰে ৷ ফলত থিতাতে নিহত হয় বাছ চালকৰ লগতে আহত হয় 6 শিশু ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰাৰ লগতে আহত সকলক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷
চিমলাত স্কুল বাছৰ দুৰ্ঘটনাঃ নিহত 1 আহত 6 শিশু
চিমলাত স্কুল বাছৰ দুৰ্ঘটনাঃ নিহত 1 আহত 6 শিশু
Intro:Body:
Conclusion:
brk
Conclusion:
Last Updated : Jul 1, 2019, 2:17 PM IST