ETV Bharat / bharat

31 জানুৱাৰীত হ’ব সংসদৰ বাজেট অধিৱেশন - 31 জানুৱাৰীত হ’ব সংসদৰ বাজেট অধিৱেশন

সংসদৰ কেন্দ্ৰীয় বাজেট অহা 31 জানুৱাৰীত আহ্বান কৰাৰ বিবেচনা চলি আছে আৰু 1 ফেব্ৰুৱাৰীত উপস্থাপন কৰাৰ সম্ভাৱনাৰ ৷

Budget session of Parliament may start from Jan 31
31 জানুৱাৰীত হ’ব সংসদৰ বাজেট অধিৱেশন
author img

By

Published : Jan 3, 2020, 11:47 PM IST

নেশ্যনেল ডেস্ক, 3 জানুৱাৰীঃ সংসদৰ কেন্দ্ৰীয় বাজেট অহা 31 জানুৱাৰীত আহ্বান কৰাৰ বিবেচনা চলি থকাৰ লগতে 1 ফেব্ৰুৱাৰীত উপস্থাপন কৰাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰে এক সূত্ৰই ৷

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত মন্ত্ৰীমণ্ডলীয় বৈঠকত এই বিষয়ে সবিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে ৷ আনহাতে এইবাৰৰ বাজেট অধিৱেশন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ভাষণৰে আৰম্ভ হোৱাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰে ৷ এই অধিৱেশন এপ্ৰিল লৈ চলাৰ সম্ভৱনাৰ কথাও ব্যক্ত কৰে ৷

সাধাৰণতে বাজেট অধিৱেশনত প্ৰায় এমাহৰ বিৰতি থাকে আৰু সেই সময়চোৱাত বিভিন্ন বিভাগৰ স্থায়ী সমিতিৰ অনুদান সম্পৰ্কে আলোচনা কৰা হয় ৷

আৰু পঢ়কঃ 6 কোটি কৃষকক 12,000 কোটি বিতৰণ প্ৰধানমন্ত্ৰীৰ

Intro:Body:

The government is contemplating convening the Budget session of Parliament from January 31. The budget session will start with President Ram Nath Kovind's address to the joint sitting of Parliament.

New Delhi: The government is contemplating convening the Budget session of Parliament from January 31 and the Union budget is likely to be presented on February 1, sources said.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.