ETV Bharat / bharat

সন্মুখত বাজেট অধিৱেশনঃ নিৰ্মলা সীতাৰমণৰ বৈঠক

author img

By

Published : Jun 11, 2019, 7:35 PM IST

ভাৰতৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাৰ পিচতে আজি বিভিন্ন মন্ত্ৰালয়ৰ সৈতে আলোচনাত মিলিত নিৰ্মলা সীতাৰমণ ৷ আগন্তুক বাজেট সম্পৰ্কে এইদৰে বিতং আলোচনাত মিলিত হয় বিত্তমন্ত্ৰীগৰাকী ৷

Nirmala Sitharaman

নিউজ ডেস্ক, 11 জুনঃ বাজেট অধিৱেশনৰ পূৰ্বেই কৃষি মন্ত্ৰণালয়ৰ সৈতে আলোচনাত মিলিত হয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ৷ কৃষকৰ হ্ৰস্বম্যাদী ঋণৰ বাবে সুত ৰেহাই দিয়া আৰু বজাৰ অধিগ্ৰহণ আঁচনি বিষয়ত বিত্তমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হয় কৃষি মন্ত্ৰণালয়ৰ শীৰ্ষ বিষয়াসকল ৷

  • FM's @nsitharaman First such Meeting would be with the representatives of Agriculture & Rural Development in the First half followed by 2nd Meeting with the representatives of Industry, Services and Trade Associations in second half tomorrow,11th June, 2019.@nsitharamanoffc

    — Ministry of Finance (@FinMinIndia) June 10, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

2018-19 বৰ্ষৰ অন্তৱৰ্তীকালীন বাজেটত বিগত বাণিজ্যিক বৰ্ষৰ 67,800 কোটি টকাৰ তুলনাত 1,29,585 কোটি টকালৈ বৃদ্ধি পাইছে ৷ মৎস, পশুপালন আৰু দুগ্ধ খণ্ডৰ লগতে কৃষকৰ সুত ৰেহাইৰে ঋণ প্ৰদান বিষয়ত ধাৰ্য কৰা হ'ব এইসমূহ ধন ৷ ইয়াৰে 18,000 কোটি টকা সুত ৰেহাই আৰু 3,000 কোটি টকা বজাৰ অধিগ্ৰহণ তথা মূল্য-সমৰ্থন আঁচনিত খৰচ কৰিব সংশ্লিষ্ট বিভাগটোৱে ৷

Nirmala Sitharaman

কৃষিখণ্ডত বৈদেশিক বিনিয়োগ বৃদ্ধিৰ বাবে চিআইআই, এফআইচিচিআই আৰু আছোছাম (Assocham) আদিৰ দৰে সংস্থাৰ মুৰব্বীকো আলোচনালৈ নিমন্ত্ৰণ কৰিছিল বিত্তমন্ত্ৰীগৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.