নিউজ ডেস্ক,20জুনঃ জম্বু কাশ্মীৰত পাকিস্তানৰ ড্ৰোণ ধ্বংস কৰে ভাৰতীয় সেনা বাহিনীয়ে ভাৰত পাকিস্তান সীমান্তত শনিবাৰে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি পাকিস্তানে ভাৰতৰ গতি বিধি নিৰিক্ষণ কৰিবলৈ ড্ৰোণ প্ৰেৰণ কৰিছিল ৷
লগতে চাওকঃ টুইটাৰত আমোদজনক ফটো শ্বেয়াৰ সৌৰভ গাঙ্গুলীৰ