ETV Bharat / bharat

শ্বীনা বৰা হত্যাকাণ্ড : পিটাৰ মুখাৰ্জীৰ জামিন আবেদন মঞ্জুৰ

author img

By

Published : Feb 6, 2020, 7:26 PM IST

বহু বিতৰ্কিত শ্বীনা বৰা হত্যাকাণ্ডত জামিন লাভ কৰিলে পিটাৰ মুখাৰ্জীয়ে ৷ বোম্বে উচ্চ ন্যায়ালয়ে মুখাৰ্জীৰ জামিন আবেদনত মঞ্জুৰী প্ৰদান কৰে ৷

Bombay HC grants bails to Peter Mukharjea in Sheena Bora Murder Case
পিটাৰ মুখাৰ্জীৰ জামিন আবেদন মঞ্জুৰ

নিউজ ডেস্ক, 6 ফেব্ৰুৱাৰীঃ শ্বীনা বৰা হত্যাকাণ্ডত অভিযুক্ত পিটাৰ মুখাৰ্জীৰ জামিন আবেদন মঞ্জুৰ কৰে বোম্বে উচ্চ ন্যায়ালয়ে৷ চিবিআয়ে ঘটনা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আবেদন কৰিব পৰাকৈ বোম্বে উচ্চ ন্যায়ালয়ে চিবিআইৰ অনুৰোধত এই নিৰ্দেশ ছয় সপ্তাহলৈ জাৰি ৰাখে ৷

ন্যায়াধীশ নিতীন সাম্ব্ৰেই 2 লাখ টকাৰ বিনিময়ত মুখাৰ্জীৰ জামিন আবেদনত মঞ্জুৰী প্ৰদান কৰে ৷

  • Sheena Bora case: Bombay High Court has stayed the order for 6 weeks on CBI's request, so that it can file an appeal in the Supreme Court. https://t.co/odCk2gDPZG

    — ANI (@ANI) February 6, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, 2012 চনত সংঘটিত হোৱা শ্বীনা বৰা হত্যাকাণ্ডত সাঙোৰ খাই পৰিছিল পিটাৰ মুখাৰ্জীৰ নাম ৷ বিত্তীয় কাজিয়াৰ পৰিনতিত এইদৰে নিজ কন্যাৰ হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছিল 2015 চনত ৷ ইতিমধ্যে এই ঘটনাত মুখাৰ্জীৰ পত্নী ইন্দ্ৰানী মুখাৰ্জীয়ে মুম্বাইৰ বাইকুল্লা জেলত কাৰাবাস খাটি আছে ৷ এই ঘটনাৰ শুনানি চিবিআইৰ বিশেষ আদালতত এতিয়াও চলি আছে ৷

Intro:Body:

শ্বীনা বৰা হত্যাকাণ্ড : পিটাৰ মুখাৰ্জীৰ জামিন আবেদন মঞ্জুৰ

বহু বিতৰ্কিত শ্বীনা বৰা হত্যাকাণ্ডত জামিন লাভ কৰিলে পিটাৰ মুখাৰ্জীয়ে ৷ বোম্বে উচ্চ ন্যায়ালয়ে মুখাৰ্জীৰ জামিন আবেদনত মঞ্জুৰী প্ৰদান কৰে ৷

নিউজ ডেস্ক, 6 ফেব্ৰুৱাৰীঃ শ্বীনা বৰা হত্যাকাণ্ডত অভিযুক্ত পিটাৰ মুখাৰ্জীৰ জামিন আবেদন মঞ্জুৰ কৰে বোম্বে উচ্চ ন্যায়ালয়ে৷ চিবিআয়ে ঘটনা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আবেদন কৰিব পৰাকৈ বোম্বে উচ্চ ন্যায়ালয়ে চিবিআইৰ অনুৰোধত এই নিৰ্দেশ ছয় সপ্তাহলৈ জাৰি ৰাখে ৷

ন্যায়াধীশ নিতীন সাম্ব্ৰেই 2 লাখ টকাৰ বিনিময়ত মুখাৰ্জীৰ জামিন আবেদনত মঞ্জুৰী প্ৰদান কৰে ৷

উল্লেখ্য যে, 2012 চনত সংঘটিত হোৱা শ্বীনা বৰা হত্যাকাণ্ডত সাঙোৰ খাই পৰিছিল পিটাৰ মুখাৰ্জীৰ নাম ৷ বিত্তীয় কাজিয়াৰ পৰিনতিত এইদৰে নিজ কন্যাৰ হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছিল 2015 চনত ৷ ইতিমধ্যে এই ঘটনাত মুখাৰ্জীৰ পত্নী ইন্দ্ৰানী মুখাৰ্জীয়ে মুম্বাইৰ বাইকুল্লা জেলত কাৰাবাস খাটি আছে ৷ এই ঘটনাৰ শুনানি চিবিআইৰ বিশেষ আদালতত এতিয়াও চলি আছে ৷

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.