নেশ্যনেল ডেস্ক, 4 চেপ্তেম্বৰঃ পঞ্জাবৰ গুৰদাসপুৰৰ বাটলাত অঘটন ৷ বুধবাৰে বিয়লি প্ৰায় 4 বজাত বাটলাৰ এটা ফটকা প্ৰস্তুত কৰা ফেক্টৰীত অগ্নিকাণ্ডৰ সুত্ৰপাত ঘটে ৷ অগ্নিকাণ্ডৰ ফলত 13 জন লোকৰ মৃত্যু আৰু আহত হয় প্ৰায় 30 জনকৈ লোক ৷ পৰম্পৰা অনুসৰি বৃহস্পতিবাৰে গুৰু নানক দেৱৰ বিবাহ বাৰ্ষিকী উপলক্ষে এক শোভাযাত্ৰা বাহিৰ কৰা কথা আছিল ৷ এই শোভাযাত্ৰাৰ বাবে এই ফটকাখিনি প্ৰস্তুত কৰি থকা হৈছিল ৷ উল্লেখযোগ্য যে,ঘটনাৰ পিছতেই এন ডি আৰ এফ আৰু এচ ডি আৰ এফৰ দল ঘটনাস্থলীত উপস্থিত হয় ৷
পঞ্জাবৰ গুৰদাসপুৰৰ বাটলাত ফটকা ফেক্টৰীত অগ্নিকাণ্ড - অগ্নিকাণ্ড
বুধবাৰে বিয়লি প্ৰায় 4 বজাত বাটলাৰ এটা ফটকা প্ৰস্তুত কৰা ফেক্টৰীত অগ্নিকাণ্ডৰ সুত্ৰপাত ঘটে ৷ অগ্নিকাণ্ডৰ ফলত 13 জন লোকৰ মৃত্যু আৰু আহত হয় প্ৰায় 30 জনকৈ লোক ৷
নেশ্যনেল ডেস্ক, 4 চেপ্তেম্বৰঃ পঞ্জাবৰ গুৰদাসপুৰৰ বাটলাত অঘটন ৷ বুধবাৰে বিয়লি প্ৰায় 4 বজাত বাটলাৰ এটা ফটকা প্ৰস্তুত কৰা ফেক্টৰীত অগ্নিকাণ্ডৰ সুত্ৰপাত ঘটে ৷ অগ্নিকাণ্ডৰ ফলত 13 জন লোকৰ মৃত্যু আৰু আহত হয় প্ৰায় 30 জনকৈ লোক ৷ পৰম্পৰা অনুসৰি বৃহস্পতিবাৰে গুৰু নানক দেৱৰ বিবাহ বাৰ্ষিকী উপলক্ষে এক শোভাযাত্ৰা বাহিৰ কৰা কথা আছিল ৷ এই শোভাযাত্ৰাৰ বাবে এই ফটকাখিনি প্ৰস্তুত কৰি থকা হৈছিল ৷ উল্লেখযোগ্য যে,ঘটনাৰ পিছতেই এন ডি আৰ এফ আৰু এচ ডি আৰ এফৰ দল ঘটনাস্থলীত উপস্থিত হয় ৷
At least 13 people were reportedly killed and many injured after fire broke out in a firecracker factory in Batala on Wednesday. The firecrackers were to be used on Guru Nanak Dev’s marriage anniversary celebrations tomorrow.
Conclusion: