ETV Bharat / bharat

হাৰিয়ানাত গোপাল কান্দাৰ সমৰ্থন নলয় বিজেপিয়ে - হাৰিয়ানাত গোপাল কান্দাৰ সমৰ্থন নলয় বিজেপিয়ে

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ পিচতে বিজেপিয়ে ৰাজ্যখনৰ লোখিত পাৰ্টীৰ সমৰ্থন গ্ৰহণ নকৰে বুলি ঘোষণা কৰিছে ৷ পাৰ্টীৰ অধ্যক্ষ গোপাল কান্দা নাম আত্মহত্যাৰ গোচৰৰ সৈতে সাঙোৰ খাই পৰিছিল ৷ যাৰ বাবেই বিজেপিয়ে দলটোৰ সমৰ্থন গ্ৰহণ নকৰে বুলি উল্লেখ কৰিছে ৷

হাৰিয়ানাত গোপাল কান্দাৰ সমৰ্থন নলয় বিজেপিয়ে
author img

By

Published : Oct 26, 2019, 4:55 PM IST

নিউজ ডেস্ক, 26 অক্টোবৰঃ আত্মহত্যাৰ গোচৰত সাঙোৰ খাই পৰা নেতাৰ সমৰ্থন গ্ৰহণ নকৰে বিজেপিয়ে ৷ কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে শনিবাৰে হাৰিয়ানাৰ লোখিত পাৰ্টীৰ অধ্যক্ষ গোপাল কান্দাৰ বিৰুদ্ধে এইদৰে মন্তব্য কৰে ৷

Hariyana Election News Update, Hariyana BJP news update, Gopal Kanda news update, Gopal Kanda support news update, হাৰিয়ানা বিজেপি গোপাল কান্দা নিউজ, গোপাল কান্দা নিউজ আপদেট, কান্দাৰ সমৰ্থন বিজেপি নিউজ আপদেট, বিজেপিৰ সৈতে গোপাল কান্দা নিউজ, হাৰিয়ানা গোপাল কান্দা নিউজ আপদেট, ৰবিশংকৰ প্ৰসাদ নিউজ আপদেট, অনিল বিজ নিউজ আপদেট
গোপাল কান্দা বনাম অনিল বিজ

লগতে পঢ়কঃ চৰকাৰী প্ৰহসনত পৰিণত বৰপেটাৰ আতচবাজী গাঁও

শুকুৰবাৰে কান্দাই বিজেপি দলৰ সৈতে সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল ৷ কান্দাৰ ঘোষণাৰ পিচতে শনিবাৰে কান্দাৰ সমৰ্থন গ্ৰহণ নকৰে বুলি কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ ৰবিশংকৰ প্ৰসাদৰ লগতে বিজেপিৰ বিধায়িনী বৈঠকত হাৰিয়ানাৰ বিজেপি নেতা অনিল বিজেও একেই কথা প্ৰকাশ কৰে ৷

উল্লেখ্য যে, 2012 চনত কান্দাৰ মালিকানাধীন এমডিএলআৰ এয়াৰলাইনছৰ এগৰাকী বিমান পৰিচাৰিকাই আত্মহত্যা কৰিছিল ৷ গীতিকা শৰ্মা নামৰ বিমান পৰিচাৰিকাগৰাকীয়ে নিজৰ ছুইচাইড নোটত কান্দাৰ নাম উল্লেখ কৰি থৈ গৈছিল ৷ 2012 চনৰ আগষ্ট মাহৰ 5 তাৰিখে দিল্লীৰ অশোক বিহাৰত আত্মহত্যা কৰিছিল গীতিকাই ৷ যাৰ বাবে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল গোপাল কান্দাক ৷ অৱশ্যে 2014 চনত দিল্লী উচ্চ ন্যায়ালয়ে কান্দাক জামিন প্ৰদান কৰিছিল ৷

লগতে পঢ়কঃ নৱগ্ৰহত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন খগেন শৰ্মাৰ শেষকৃত্য

90 আসনযুক্ত হাৰিয়ানা বিধানসভাত চৰকাৰ গঠনৰ বাবে বিজেপিয়ে 10খন আসন লাভ কৰা দুষ্যন্ত চৌতালাৰ পাৰ্টী জননায়ক জনতা পাৰ্টীৰ সৈতে সমৰ্থন আগবঢ়াইছে ৷

Intro:Body:

হাৰিয়ানাত গোপাল কান্দাৰ সমৰ্থন নলয় বিজেপিয়ে 

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ পিচতে বিজেপিয়ে ৰাজ্যখনৰ লোখিত পাৰ্টীৰ সমৰ্থন গ্ৰহণ নকৰে বুলি ঘোষণা কৰিছে ৷ পাৰ্টীৰ অধ্যক্ষ গোপাল কান্দা নাম আত্মহত্যাৰ গোচৰৰ সৈতে সাঙোৰ খাই পৰিছিল ৷ যাৰ বাবেই বিজেপিয়ে দলটোৰ সমৰ্থন গ্ৰহণ নকৰে বুলি উল্লেখ কৰিছে ৷ 

নিউজ ডেস্ক, 26 অক্টোবৰঃ আত্মহত্যাৰ গোচৰত সাঙোৰ খাই পৰা নেতাৰ সমৰ্থন গ্ৰহণ নকৰে বিজেপিয়ে ৷ কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে শনিবাৰে হাৰিয়ানাৰ লোখিত পাৰ্টীৰ অধ্যক্ষ গোপাল কান্দাৰ বিৰুদ্ধে এইদৰে মন্তব্য কৰে ৷ 

শুকুৰবাৰে কান্দাই বিজেপি দলৰ সৈতে সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল ৷ কান্দাৰ ঘোষণাৰ পিচতে শনিবাৰে কান্দাৰ সমৰ্থন গ্ৰহণ নকৰে বুলি কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ ৰবিশংকৰ প্ৰসাদৰ লগতে বিজেপিৰ বিধায়িনী বৈঠকত হাৰিয়ানাৰ বিজেপি নেতা অনিল বিজেও একেই কথা প্ৰকাশ কৰে ৷ 

উল্লেখ্য যে, 2012 চনত কান্দাৰ মালিকানাধীন এমডিএলআৰ এয়াৰলাইনছৰ এগৰাকী বিমান পৰিচাৰিকাৰ আত্মহত্যা কৰিছিল ৷ গীতিকা শৰ্মা নামৰ বিমান পৰিচাৰিকাগৰাকীয়ে নিজৰ ছুইচাইড নোটত কান্দাৰ নাম উল্লেখ কৰি থৈ গৈছিল ৷ 2012 চনৰ আগষ্ট মাহৰ 5 তাৰিখে দিল্লীৰ অশোক বিহাৰত আত্মহত্যা কৰিছিল গীতিকাই ৷ যাৰ বাবে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল গোপাল কান্দাক ৷ অৱশ্যে 2014 চনত দিল্লী উচ্চ ন্যায়ালয়ে কান্দাক জামিন প্ৰদান কৰিছিল ৷

90 আসনযুক্ত হাৰিয়ানা বিধানসভাত চৰকাৰ গঠনৰ বাবে বিজেপিয়ে 10খন আসন লাভ কৰা দুষ্যন্ত চৌতালাৰ পাৰ্টী জননায়ক জনতা পাৰ্টীৰ সৈতে সমৰ্থন আগবঢ়াইছে ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.