ETV Bharat / bharat

ৰাজ্যসভাতো বিজেপিয়ে কেব গৃহীত কৰিব : জগদম্বিকা পাল - বিজেপি সাংসদ জগদম্বিকা পালৰ কেব সম্পৰ্কত মন্তব্য

লোকসভাৰ পাচত ৰাজ্যসভাতো কেব গৃহিত হ'ব বুলি মন্তব্য কৰিছে বিজেপি সাংসদ জগদম্বিকা পালে ৷ ইটিভি ভাৰতৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত তেওঁ এই মন্তব্য কৰে ৷

জগদম্বিকা পালৰ কেব সম্পৰ্কত মন্তব্য
জগদম্বিকা পাল
author img

By

Published : Dec 10, 2019, 9:16 PM IST

নেশ্যনেল ডেস্ক, 10 ডিচেম্বৰ : বিজেপি সাংসদ জগদম্বিকা পালে মন্তব্য কৰিছে যে, লোকসভাৰ দৰে ৰাজ্যসভাতো বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সাসংদগৰাকীয়ে এই মন্তব্য কৰে ৷

জগদম্বিকা পালৰ কেব সম্পৰ্কত মন্তব্য

বিজেপি সাংসদগৰাকীয়ে কয়, "কেন্দ্ৰীয় চৰকাৰে 370 আৰু 35(ক) ৰ দৰে অনুচ্ছেদ গৃহীত কৰিছে, তেন্তে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাত কোনো অসুবিধাৰ সৃষ্টি নহয় ৷"

পূৰ্বোত্তৰ ৰাজ্যত বৰ্তমান বিৰোধিতা হৈ থকা সন্দৰ্ভত তেওঁকয় যে, বিধেয়কখন গৃহীত হোৱাৰ পাচত সাধাৰণ জনগণক এই বিধেয়ক সম্পৰ্কত জ্ঞান দিয়াৰ চেষ্টা কৰিব ৷ বিজেপি চৰকাৰৰ বিভিন্ন নেতাক ইয়াৰ দায়িত্ব প্ৰদান কৰা হ'ব বুলি মন্তব্য কৰে জগদম্বিকা পালে ৷

আৰু পঢ়ক : কেব : আই বি (IB), ৰ'ই (R&AW)- আশংকা ব্যক্তি কৰিছিল কেন্দ্ৰক

Intro:बीजेपी ये दावा कर रही हैंकि सिटीजन अमेंडमेंट बिल वो राज्यसभा से भी पास करवा लेगी,पार्टी का मानना है कि इस बिल 0र लोकसभा में भी शिवसेना ने साथ दिया और राज्यसभा में भी देगी
बीजेपी ने दावा किया कि जेडीयू भले ही दो फाड़ दिख रही हो मगर बिल में वो सरकार का साथ देगी

Body:बीजेपी सांसद जगदंबिका पाल ने ईटीवी भारत से बात करते हुए कहा कि जब धारा 370 और 35a जैसे बिल सरकार ने पास करवा लिए तो क्या सिटीजन अमेंडमेंट बिल में दिक्कत आएगी।।जो आत्मविश्वास बीजेपी के नेताओं में नजर आ रहा उसे देखते हुए लगता है पार्टी की रणनीति अंदरखाने सफल होती नजर आ रही
ये उन नेताओं में शामिल हैं जिन्हें अंदरखाने बीजेपी ने अपनी सहयोगी या कुछ चुनिंदा विरोधी पार्टियों। के नेताओं से इस बिल पर समर्थन लेने और उनकी यथोचित मांग पर चर्चआ करने में लगाया था और अब चाहे वो केंद्रीय मंत्री हों या फिर पार्टी के वरिष्ठ नेता मीडिया में इस बिल को सरकार की तरफ से राज्यसबह में पारित कर कानून बनाने का दावा कर रहे

Conclusion:जहांतक बात पूर्वोत्तर राज्यों मेहो रहे विरोध की है पार्टीका मानना है कि इस बिल को पास करवाने के बाद पार्टी अपना ध्यान पूर्वोत्तर में आम जनता को इस बिल को समझने में लगाएगी और इसके लिए पार्टी के कई नेताओं को भी लगाया जाएगा

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.