ETV Bharat / bharat

নিৰ্বাচনী ইস্তাহাৰ মুকলিৰে দিল্লী নিৰ্বাচনৰ বাবে সাজু বিজেপি - প্ৰকাশ জাৱেদকাৰ

দিল্লী নিৰ্বাচনৰ বাবে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে বিজেপিয়ে ৷ ইস্তাহাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, প্ৰকাশ জাৱেদকাৰ, হৰ্ষবৰ্দ্ধন আৰু দিল্লীৰ বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী মনোজ তিৱাৰী ৷

BJP releases election manifesto for Delhi election
নিৰ্বাচনী ইস্তাহাৰ মুকলিৰে দিল্লী নিৰ্বাচনৰ বাবে সাজু বিজেপি
author img

By

Published : Feb 1, 2020, 3:21 AM IST

নেশ্যনেল ডেস্ক, 31 ডিচেম্বৰঃ বিজেপিয়ে শুকুৰবাৰে আগন্তুক দিল্লী নিৰ্বাচনৰ বাবে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে ৷ এই ইস্তাহাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, প্ৰকাশ জাৱেদকাৰ, হৰ্ষবৰ্দ্ধন আৰু দিল্লীৰ বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী মনোজ তিৱাৰী ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি নীতিন গাডকাৰীয়ে সংবাদিকৰ আগত কয়, "যেতিয়া কেন্দ্ৰত নৰেন্দ্ৰ মোডীৰ চৰকাৰ গঠন হৈছিল , সেই সময়ত দিল্লীৰ সন্মুখত থকা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল বায়ু আৰু জল প্ৰদুষণ ৷ আৰু আমি দিল্লীৰ এই প্ৰধান সমস্যা দুটা সমাধানৰ কৰাৰ সিদ্ধান্ত লৈছিলো ৷"

তেখেতে নমামি গংগাৰ প্ৰকল্প কথা উল্লেখ কৰি কয় যে গংগাৰ প্ৰকল্পৰ লগত আৰু 40খন নদী সন্নৱিষ্ট কৰা হৈছে আৰু যমুনা নদীক পৰিষ্কাৰ কৰাৰ বাবে ইতিমধ্যে 6000 কোটি টকা ব্যয় কৰা হৈছে ৷ যাৰ সুফল এতিয়া দিল্লীয়ে লাভ কৰিবলৈ আৰম্ভ কৰিছে ৷ দিল্লী বিধানসভা নিৰ্বাচন অহা 8 ফেব্ৰুৱাৰীত সম্পন্ন হ'ব ৷ উক্ত দিনটোত নিৰ্ধাৰণ হ'ব আগন্তুক 5 বছৰত কোনে ৰাজধানীত শাসন কৰিব ৷ এই দিনটোত নিৰ্ধাৰিত হ'ব AAP পুনৰ শাসনলৈ আহিবলৈ সক্ষম হ'ব নে সুদীৰ্ঘ 20 বছৰৰ পাছত বিজেপিয় দিল্লী শাসন কৰাৰ সুযোগ লাভ কৰিব ৷ ইফালে, যিহেতু কংগ্ৰেছ দলে দিল্লীত সফলতাৰে 15 টা বছৰ শাসন কৰিবলৈ সক্ষম হৈছে ৷ গতিকে কংগ্ৰেছে অপ্ৰাণ চেষ্টা চলাব পুনৰ শাসনত আহিবলৈ ৷

আৰু পঢ়কঃঅসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ আই পি এছ বিষয়া পল্লৱ ভট্টাচাৰ্য

Intro:Body:

BJP manifesto

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.