ETV Bharat / bharat

নিৰ্বাচন কমিছনৰ ভূমিকাত সন্তুষ্ট বিজিতা নাথ - ETV BHARAT

ত্ৰিপুৰাৰ প্ৰাক্তন সমাজ কল্যাণ মন্ত্ৰী বিজিতা নাথৰ সৈতে সাক্ষাৎকাৰত জনাই যে, নিৰ্বাচন কমিছনৰ ভূমিকাত তেওঁ সন্তুষ্ট । চি পি আই এম দলৰ প্ৰাৰ্থী জিতেন্দ্ৰ চৌধুৰী জয়ী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে চি পি আই এমৰ নেত্ৰীগৰাকীয়ে । চি পি আই এম - কংগ্ৰেছৰ গোপন বুজাবুজি অসম্ভৱ তেওঁ মন্তব্য কৰে ।

EX MINISTER BIJITA NATH'S INTERVIEW
author img

By

Published : Apr 23, 2019, 7:37 PM IST

ত্ৰিপুৰা, ২৩ এপ্ৰিল: নিৰ্বাচন কমিছনৰ ভূমিকাত সন্তুষ্টি প্ৰকাশ কৰিছে চি পি আই এম দলৰ নেত্ৰী তথা ত্ৰিপুৰাৰ প্ৰাক্তন সমাজ কল্যাণ মন্ত্ৰী বিজিতা নাথে । চি পি আই এম দলৰ প্ৰাৰ্থী জিতেন্দ্ৰ চৌধুৰী জয়ী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলিও জানিবলৈ দিয়ে নেত্ৰীগৰাকীয়ে । লগতে তেওঁ মন্তব্য কৰে যে, দুখন বিধানসভা কেন্দ্ৰ যথাক্ৰমে বাঘবাসা আৰু কুৰ্তী কদমতলা কেন্দ্ৰ ঘূৰি তেওঁ বুজি পাইছে যে সকলো স্থানত নিৰ্বাচন ভালদৰে সম্পন্ন হৈছে ।

EX MINISTER BIJITA NATH'S INTERVIEW

সাংবাদিকে কংগ্ৰেছৰ সৈতে চি পি আই এমৰ গোপন বুজাবুজি হৈছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে, এইয়া কেতিয়াও সম্ভৱ নহয় ।

নিৰ্বাচন কমিছনৰ ভূমিকাত সন্তুষ্ট চিপিআইএম দলৰ নেত্ৰী তথা প্ৰাক্তন মন্ত্রী বিজিতা নাথ।প্ৰাৰ্থী জিতেন্দ্ৰ চৌধুৰী জয়ী হব বুলি ও জানিবলৈ দিয়ে ।তেওঁ আৰু কয় দুখন  বিধানসভা কেন্দ্ৰ যথাক্ৰমে বাঘবাসা আৰু কুৰ্তী কদমতলা কেন্দ্ৰ ঘূৰি তেওঁ বুজি পাইছে যে সকলো স্থানত নিৰ্বাচন ভালদৰে সম্পূৰ্ণ হৈছে।সাংবাদিকৰ প্ৰশ্ন কংগ্ৰেছৰ লগত চিপিআইএমৰ গোপন বুঝাবুঝি হৈছে নিকি তেওঁ কয় কেতিয়াও গোপন বুঝাবুঝি সম্ভৱ নহব।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.