ETV Bharat / bharat

গংগা নদীত সন্ধানহীন তিনি যুৱক

author img

By

Published : Jul 2, 2020, 10:18 PM IST

বিহাৰত গংগাত গা-ধুৱলৈ গৈ সন্ধানহীন তিনি যুৱক। সম্প্ৰতি তিনিওজন যুৱকক বিচাৰি এচডিআৰএফ বাহিনীয়ে অব্যাহত ৰাখিছে অভিযান ।

Aubameyang gifted two goals as Arsenal thrash Norwich 4-0
গংগা নদীত সন্ধানহীন তিনি যুৱক

নিউজ ডেস্ক, ২ জুলাইঃ বিহাৰৰ পাটনাৰ মালচালামী অঞ্চলত গংগাত ডুব গৈ তিনিজন যুৱক নিৰুদ্দেশ হৈ আছে । আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি নদীত গা-ধুবলৈ গৈ নিখোজ হৈ তিনিওজন যুৱক। সম্প্ৰতি তিনিওজন যুৱকক বিচাৰি এচডিআৰএফ বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে।

গংগাত গা-ধুবলৈ গৈ প্ৰথমে এজন ১৮ বছৰীয়া এজন যুৱক পানীত ডুব গৈছিল। এই ঘটনাৰ পাছতেই যুৱকজনৰ সন্ধানত আন দুজন যুৱকে অভিযান আৰম্ভ কৰিছিল। তাৰ পাছত আন দুজন যুৱকো নদীত ডুৱ যায় বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। সম্প্ৰতি নিৰুদ্দেশ হৈ থকা তিনিওজন যুৱক ক্ৰমে - ৰবি কুমাৰ (৩২), জিতেন্দ্ৰ কুমাৰ (১৮) আৰু বাদল কুমাৰ (১৬) বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.