ETV Bharat / bharat

বেন্টলিৰ ইলেক্ট্ৰনিক বাহন 2025 চনত আৰম্ভ হোৱাৰ সম্ভাৱনা - বেন্টলিৰ সৰ্ব বৈদুতিক বাহন

2025 চনত বেন্টলিৰ ইলেক্ট্ৰনিক বাহন আৰম্ভ হোৱাৰ সম্ভাৱনা ৷ বেন্টলিৰ কোম্পানীৰ ঘোষণা এই কথা ৷

Bentley's first electric car to debut in 2025
বেন্টলিৰ সৰ্ব বৈদুতিক বাহন 2025 চনত আৰম্ভ হোৱাৰ সম্ভাৱনা
author img

By

Published : Jan 2, 2020, 11:07 AM IST

নিউজ ডেক্স, 2ডিচেম্বৰ : বিলাসী গাড়ী নিৰ্মাতা বেন্টলি কোম্পানীয়ে ইলেক্ট্ৰনিক বাহন নিৰ্মাণৰ বাবে এক পদক্ষেপ লয় ৷ পৰিৱেশ সচেতনতাৰ ওপৰত লক্ষ্য ৰাখি বেন্টলি কোম্পানীয়ে সম্পূৰ্ণ ইলেক্ট্ৰনিক বাহন নিৰ্মাণ কৰাৰ প্ৰচেষ্টা লয় ৷ 2025 চনত এই বাহন আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ৷ বেন্টলিৰ প্ৰধান পাৰ্থক্যটো হৈছে বেন্টলিয়ে বৈদুত্যিক খণ্ডৰ নতুন নতুন মডেল এনজ্যাজেট নোটক সলনি কৰাৰ পৰিৱৰ্তে বৈদুত্যিক বিভাগত এটা নতুন মডেল নিৰ্মাণ কৰিব ৷ বেন্টলিৰ কোম্পানীৰ ইঞ্জিনিয়াৰ সকলে ইলেক্ট্ৰনিক বাহনখনত আভ্যন্তৰীণ স্থান সমূহত সকলো সুবিধা দিয়াৰ লগতে অন্য বিলাসী বাহনৰ দৰে সকলো সুবিধাৰ সৈতে তৈয়াৰ কৰাৰ পৰিকল্পনা কৰিছে ৷

বেন্টলিৰ সৰ্ব বৈদুতিক বাহন 2025 চনত আৰম্ভ হোৱাৰ সম্ভাৱনা

আৰু পঢ়ক : অসমৰ এখন ৰম্যভূমি ভৈৰৱকুণ্ড

New Delhi, Jan 02 (ANI): As luxury carmakers also move towards the environment-conscious segment, Bentley is not far either. The company has announced that its first all-electric vehicle could debut as soon as 2025. One of the major differentiators for Bentley will be an all-new model in the electric segment, instead of transforming an existing model to an electric version, Engadget notes. The engineers are planning to build an electric Bentley with a smaller footprint than a Mulsanne while offering sufficient interior space.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.