ETV Bharat / bharat

COVID-19: বাংগালুৰুৰ ফৰ্টিছ হাস্পতালত নিয়োগ ৰবট

author img

By

Published : Apr 29, 2020, 7:31 PM IST

কৰ্ণাটকৰ বাংগালুৰু চহৰৰ ফৰ্টিছ হাস্পতাল নিয়োগ ৰবট . COVID-19ত আক্ৰান্ত ৰোগীসকলৰ সেৱাৰ বাবে তথা হাস্পতালখনৰ চিকিৎসক তথা চিকিৎসা কৰ্মীসকলৰ সহায়ৰ বাবে নিয়োগ কৰা হয় "মিত্ৰা" নামৰ এটা ৰবট ।

COVID-19
COVID-19: বাংগালুৰুৰ ফৰ্টিছ হাস্পতাল নিয়োগ ৰোব'ৰ্ট

নিউজ ডেস্ক, ২৯ এপ্ৰিলঃ মহামাৰী COVID-19 নিয়ন্ত্ৰণ তথা প্ৰতিৰোধ কৰিবলৈ দেশ তথা বিশ্বজুৰি গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ । COVID-19ত আক্ৰান্ত ব্যক্তিসকলৰ সুবিধাৰ্থে লৈছে ন ন পদক্ষেপ । কিন্তু বুধবাৰে কৰ্ণাটকৰ বাংগালুৰু চহৰত COVID-19ত আক্ৰান্তক সেৰা কৰাৰ অৰ্থে দেখিবলৈ পোৱা গ'ল এক নতুন পদক্ষেপ । বাংগালুৰুৰ ফৰ্টিছ হাস্পতালৰ COVID-19 ত আক্ৰান্ত ৰোগীৰ সেৱাৰ বাবে নিয়োগ কৰা হ'ল ৰবট.

প্ৰাথমিক অৱস্থাত চিকিৎসক তথা হাস্পতালখনৰ অন্য চিকিৎসা কৰ্মীসকলৰ সহায়ৰ অৰ্থে "মিত্ৰা" নামৰ এটা ৰবট হাস্পতালখনত নিয়োগ কৰে ।

মিত্ৰাই হাস্পতালখনৰ প্ৰৱেশ দ্বাৰত থিয় হৈ থকা গাৰ্ডসকলৰ, স্ক্ৰীন আৰু বাহিৰৰ পৰা হাস্পতাললৈ অহা প্ৰত্যেক গৰাকীৰ ব্যক্তিৰ তাপমান জোখাৰ উপৰিও সেই তথ্য অন্য় চিকিৎসা কৰ্মীৰ আগত দাঙি ধৰে ।

আনহাতে, হাস্পতালৰ কৰ্মচাৰীসকলৰ ভাষ্য অনুসৰি, হাস্পতালখনত ৰবট মিত্ৰাক নিয়োগ কৰা পাচৰে পৰা কৰ্মচাৰীসকলে COVID-19ত আক্ৰান্ত ৰোগীসকলৰ সংস্পৰ্শত কমকৈ অহা বুলি মন্তব্য কৰে ।

উল্লেখ্য় যে, দিল্লীস্থিত AIIMS হাস্পতালতো ইয়াৰ পূৰ্বে COVID-19 ত আক্ৰান্ত ৰোগীসমূহৰ ৱাৰ্ডসমূহত জীৱাণুনাশক প্ৰয়োগৰ সময়ত ৰবট নিয়োগ কৰিছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.