ETV Bharat / bharat

সেউজ বিপ্লৱৰ পদক্ষেপ বেংগালুৰুৰ এজন বাছ চালকৰ

বেংগালুৰুৰ নাৰায়ানাপ্পা নামৰ এজন বাছ চালকে সেউজ বিপ্লৱ অনাৰ প্ৰচেষ্টাৰে নিজে চলোৱা বাছখনত এখন সূক্ষ্ম বাগিছালৈ ৰূপায়ণ কৰিছে ৷ প্ৰায় 3-4 বছৰ ধৰি তেওঁ এই অন্যন্য পন্থা গ্ৰহণ কৰি আহিছে ৷

সেউজ বিপ্লৱৰ পদক্ষেপ বেংগালুৰুৰ এজন বাছ চালকৰ
author img

By

Published : May 6, 2019, 10:29 AM IST

নিউজ ডেস্ক, 6 মে': বেংগালুৰুৰ এজন বাছ চালকে যাত্ৰীৰ মাজত প্ৰাকৃতিক পৰিৱেশ সম্পৰ্কে সজাগতা বৃদ্ধিৰ প্ৰচেষ্টাৰে এক অন্যন্য পন্থা গ্ৰহণ কৰিছে ৷ পৰিৱেশ সেউজীয়া কৰি ৰাখি সেউজ বিপ্লৱৰ সৃষ্টি কৰাৰ মানসেৰে নিজে চলোৱা বাছখনত এখন সূক্ষ্ম বাগিছা ৰূপণ কৰিছে ৷ নাৰায়ানাপ্পা নামৰ এই লোকজন বেংগালুৰু মহানগৰ পৰিবহণ নিগমৰ বাছ চালক হিচাপে 27 বছৰে কৰ্মৰত ৷ বেংগালুৰু মহানগৰৰ বাইলাছান্দ্ৰা আৰু য়শৱন্থপুৰৰ মাজত প্ৰতিদিনে যাতায়ত কৰা এই বাছখনতে চালকগৰাকীয়ে সূক্ষ্ম বাগিছা খনৰ সৃষ্টি কৰিছে ৷

ETV BHARAT ASSAM
সেউজ বিপ্লৱৰ পদক্ষেপ বেংগালুৰুৰ এজন বাছ চালকৰ

নিউজ এজেন্সী এ এন আইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নাৰায়ানাপ্পাই জানিবলৈ দিয়ে যে, পৰিৱেশ সেউজীয়া কৰি ৰখাৰ প্ৰচেষ্টাৰে তেওঁ এই প্ৰচেষ্টা প্ৰায় 3-4 বছৰ ধৰি লৈ আহিছে ৷ বাছখনৰ সন্মুখত আৰু পিছফালে প্ৰায় 14 জোপা গছ ৰূপণ কৰাৰ উপৰি প্ৰতিদিনে পানী দিয়ে বুলি জানিবলৈ দিয়ে বাছ চালকগৰাকীয়ে ৷

তেওঁৰ এই প্ৰচেষ্টাক প্ৰতিজন যাত্ৰীয়ে শলাগ লোৱাৰ উপৰি বাছত সেউজ বিপ্লৱ আনিবলৈ চেষ্টা কৰা কাৰ্যক মহান চিন্তা বুলি জনায় ৷ এজন যাত্ৰীয়ে মন্তব্য কৰে যে, ইমান ব্যস্ত কৰ্মসূচীৰ মাজতো তেওঁৰ এই প্ৰচেষ্টা যথেষ্ট শলাগিবলগীয়া ৷

BENGALURU DRIVER INITIATES GREEN DRIVE IN HIS BUS

সেউজ বিপ্লৱৰ পদক্ষেপ বেংগালুৰুৰ এজন বাছ চালকৰ

নিউজ ডেস্ক, 6 মে': বেংগালুৰুৰ এজন বাছ চালকে যাত্ৰীৰ মাজত প্ৰাকৃতিক পৰিৱেশ সম্পৰ্কে সজাগতা বৃদ্ধিৰ প্ৰচেষ্টাৰে এক অন্যন্য পন্থা গ্ৰহণ কৰিছে ৷ পৰিৱেশ সেউজীয়া কৰি ৰাখি সেউজ বিপ্লৱৰ সৃষ্টি কৰাৰ মানসেৰে নিজে চলোৱা বাছখনত এখন সূক্ষ্ম বাগিছা ৰূপণ কৰিছে ৷ নাৰায়ানাপ্পা নামৰ এই লোকজন বেংগালুৰু মহানগৰ পৰিবহণ নিগমৰ বাছ চালক হিচাপে 27 বছৰে কৰ্মৰত ৷ বেংগালুৰু মহানগৰৰ বাইলাছান্দ্ৰাৰ আৰু য়শৱন্থপুৰৰ মাজত প্ৰতিদিনে যাতায়ত কৰা এই বাছ খনতে চালক গৰাকীয়ে সৰু বাগিছা খনৰ সৃষ্টি কৰিছে ৷ 

নিউজ এজেন্সী এএনআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নাৰায়ানাপ্পাই জানিবলৈ দিয়ে যে, পৰিৱেশ সেউজীয়া কৰি ৰখাৰ প্ৰচেষ্টাৰে তেওঁ এই কৰ্ম প্ৰায় 3 - 4 বছৰৰ পৰা কৰি আহিছে ৷ বাছ খনৰ সন্মুখত আৰু পিছফালে প্ৰায় 14 জোপা গছ ৰূপণ কৰাৰ উপৰি প্ৰতিদিনে পানী দিয়ে বুলি জানিবলৈ দিয়ে বাছ চালক গৰাকীয়ে ৷ 

তেওঁৰ এই প্ৰচেষ্টাক প্ৰতিজন যাত্ৰীয়ে শলাগ লোৱাৰ উপৰি বাছত সেউজ বিপ্লৱৰ আনিবলৈ চেষ্টা কৰা কাৰ্যক মহান চিন্তা বুলি জনায় ৷ এজন যাত্ৰীয়ে মন্তব্য কৰে যে, ইমান ব্যস্ত কৰ্মসূচীৰ মাজতো তেওঁৰ এই প্ৰচেষ্টা যথেষ্ট শলাগিবলগীয়া ৷ 
bus_8nkS2bg.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.