ETV Bharat / bharat

বাংগালুৰুৰ কণ্টেনমেণ্ট জ'নত ৰোড শ্ব' কৰাৰ অপৰাধত গ্ৰেপ্তাৰ এজনক

author img

By

Published : Jun 8, 2020, 10:38 AM IST

বাংগালুৰুৰ COVID-19ৰ বাবে কণ্টেনমেণ্ট জ'ন হিচাপে চিহ্নিত পদাৰায়পুৰাত ৰোড শ্ব' কৰাৰ অপৰাধ গ্ৰেপ্তাৰ কৰে বাংগালুৰু মহানগৰ পলকি কৰ্পাৰেছনৰ জেডিএছ সদস্য ইমৰান পাশা নামৰ ব্যক্তি গৰকীক ।

বাংগালুৰু
বাংগালুৰুৰ কণ্টেনমেণ্ট জ'নত ৰোড শ্ব' কৰাৰ অপৰাধত গ্ৰেপ্তাৰ এজনক

নিউজ ডেস্ক, ৮ জুনঃ মহামাৰী COVID-19ৰ বাবে কণ্টেনমেণ্ট জ'ন হিচাপে চিহ্নিত তথা লক ডাউনৰ গাইডলাইন উলংঘা কৰাৰ অপৰাধতে দেওবাৰে ব্ৰাহাট বাংগালুৰু মহানগৰ পলকি কৰ্পাৰেছনৰ জেডিএছ সদস্য ইমৰান পাশাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

বাংগালুৰুৰ পদাৰায়পুৰা COVID-19ত আক্ৰান্ত সংখ্যা বৃদ্ধি পোৱাৰ বাবেই ছীল কৰি দিয়া হৈছিল অঞ্চলটো । কিন্তু তাৰ পাচতো আইন উলংঘা কৰি ৰোড শ্ব' উলিয়াই ইমৰান পাশাই । এই অপৰাধতে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ ৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় ইমৰান পাশাক ।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কয় যে, ইমৰান পাশাই এটা দায়িত্বজ্ঞানহীন কাম কৰিছে । কণ্টেনমেণ্ট জ'ন পৰা তেখেতে ওলাই আহি আইন উলংঘা কৰি ৰোড শ্ব' কৰিছে । তেখেতে আইন উলংঘা কৰি ৰোড শ্ব' কৰা ভিডিঅ' ইতিমধ্যে আমাৰ হাতত পৰিছে । আমি সকলো তথ্য সংগ্ৰহ কৰি তদন্ত আৰম্ভ কৰিম ।

আনহাতে, ইমৰান পাশা পূৰ্বে কৰ'ণা আক্ৰান্ত আছিল যদিও এতিয়া সম্পূৰ্ণ আৰোগ্য হৈ উঠিছে বুলিও সদৰি কৰে আৰক্ষীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.