ETV Bharat / bharat

পশ্চিম-বংগৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হোমেন মিত্ৰা চিকিৎসাধীন

বৰ্ষীয়ান কংগ্ৰেছ নেতা তথা পশ্চিম-বংগৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হোমেন মিত্ৰাক মঙলবাৰে ভৰ্তি কৰোৱা হয় হাস্পতালত । নিয়মিত স্বাস্থ্য পৰীক্ষাৰ সময়ত সভাপতি গৰাকীৰ দেহত ক্ৰিয়েটাইনিনেৰ মাত্ৰা অধিক পোৱা বাবেই ভৰ্তি কৰোৱা হয় হাস্পতালত ।

 সোমেন মিত্ৰা
সোমেন মিত্ৰা
author img

By

Published : Jul 22, 2020, 1:44 PM IST

নিউজ ডেস্ক, ২২ জুলাইঃ পশ্চিম-বংগৰ কংগ্ৰেছৰ সভাপতি হোমেন মিত্ৰক মঙলবাৰে ভৰ্তি কৰোবা হয় হাস্পতালত । সভাপতি গৰাকীৰ স্বাস্থ্য় পৰীক্ষাৰ বাবেই ভৰ্তি কৰোৱা হয় যদিও বৰ্তমান সভাপতি গৰাকী সুস্থ বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে ।

৭৮ বছৰীয়া বৰ্ষীয়ান নেতা গৰাকীৰ পুত্ৰ ৰোহন মিত্ৰই কয় যে, বাবক কলকাতাৰ এখন বেচৰকাৰী হাস্পতালতৰ আইচিইউত ভৰ্তি কৰোৱা হৈছে । নিয়মিত স্বাস্থ্য পৰীক্ষাৰ সময়ত ক্ৰিয়েটাইনিনেৰ মাত্ৰা অধিক থকা বাবেই আইচিইউত ভৰ্তি কৰিবলগীয়া হয় ।

আনহাতে, কংগ্ৰেছৰ এগৰাকী বৰ্ষীয়ান নেতাই কয় যে, বিগত কেইবছৰ মান পূৰ্বে বাইপাছ চাৰ্জাৰী কৰোৱা সোমেন মিত্ৰক মঙলবাৰে এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয় । নিয়মিত স্বাস্থ্য পৰীক্ষাৰ সময়তে ক্ৰিয়েটাইনিনেৰ মাত্ৰা অধিক পোৱাৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.