ETV Bharat / bharat

মিত্ৰ পাকিস্তানলৈ চীনে পঠিয়ালে অন্তৰ্বাসেৰে প্ৰস্তুত কৰা মাস্ক ! - বিপদৰ বন্ধুহে আচল বন্ধু

এটা অভাৱনীয় ঘটনা ৷ চীনে পাকিস্তানলৈ প্ৰেৰণ কৰিলে অন্তৰ্বাসেৰে প্ৰস্তুত কৰা মাস্ক ৷

COVID-19 pandemics
COVID-19 pandemics
author img

By

Published : Apr 4, 2020, 8:50 PM IST

নিউজ ডেস্ক, 4 এপ্ৰিল : বিপদৰ বন্ধুহে আচল বন্ধু ৷ কিন্তু চীন আৰু ইয়াৰ সৰ্বকালৰ বন্ধু পাকিস্তানৰ মাজত ইয়াৰ সত্যতা দেখা পোৱা নাযায় ৷ কিয়নো ইছলামাবাদত কৰ'ণাৰ ত্ৰাস চলি থকাৰ সময়ত বেইজিঙে অন্তৰ্বাসেৰে প্ৰস্তুত কৰা মাস্ক প্ৰেৰণ কৰিছে ৷

পাকিস্তানৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি বেইজিঙে উচ্চ মানৰ N-95 মাস্ক প্ৰেৰণ কৰাৰ কথা আছিল ইছলামাবাদলৈ ৷ কিন্তু N-95 মাস্কৰ পৰিৱৰ্তে অন্তৰ্বাসেৰে প্ৰস্তুত কৰা মাস্কহে প্ৰেৰণ কৰিলে ৷ নিশ্চিত ভাৱে এনে বন্ধু থাকিলে শত্ৰুৰ প্ৰয়োজন নাই ৷

ইতিপূৰ্বে চীনে প্ৰয়োজনীয় চিকিৎসা সামগ্ৰী প্ৰেৰণৰ বাবে তেওঁলোকৰ সীমান্ত মুকলি কৰিবলৈ পাকিস্তানক অনুৰোধ জনাইছিল ৷ বৰ্তমানলৈ পাকিস্তানত 2700 টা কৰ'ণা আক্ৰান্ত ঘটনা পোহৰলৈ আহিছে আৰু 40 গৰাকীৰ মৃত্যু হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.