ETV Bharat / bharat

অন্ত পৰিল বহু বিতৰ্কিত অযোধ্যা বিবাদৰ শুনানি - Ayodhya case order reserves News

বহু প্ৰতীক্ষিত ৰাম-জন্মভূমি বাবৰি মছজিদ গোচৰৰ সৈতে জড়িত অযোধ্যা ভূমি বিবাদৰ শুনানিৰ অন্ত ৷ উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া খণ্ড বিচাৰপীঠত বিগত 40 দিন ধৰি চলি আহিছিল দৈনন্দিন শুনানি ৷

অন্ত পৰিল অযোধ্যা বিবাদৰ শুনানি
author img

By

Published : Oct 16, 2019, 6:10 PM IST

নিউজ ডেস্ক, 16 অক্টোবৰঃ অৱশেষত অন্ত পৰিল ৰাম জন্মভূমি-বাবৰি মছজিদ গোচৰৰ সৈতে জড়িত অযোধ্যা ভূমি বিবাদৰ শুনানি ৷ উচ্চতম ন্যায়ালয়ে ভূমি বিবাদ গোচৰত বুধবাৰে অন্তিম শুনানি গ্ৰহণ কৰে ৷

লগতে পঢ়কঃ INX Media গোচৰত পুনৰ গ্ৰেপ্তাৰ পি. চিদাম্বৰম

চুন্নী ৱাকফ ব'ৰ্ড,নিৰ্মোহী আখাৰা আৰু ৰাম লাল্লাই 2010 চনত এলাহাবাদ উচ্চ ন্যায়ালয়ত ৰুজু কৰা গোচৰৰ শুনানি গ্ৰহণ কৰিছিল উচ্চতম ন্যায়ালয়ে ৷ বিবাদমান 2.77 একৰ ভূমিৰ বাবে তিনিওটা পক্ষৰ মাজতে তুমূল বিতৰ্কৰ সৃষ্টি হৈছিল ৷ অৱশেষত বহু বিতৰ্কৰ মাজেৰে দৈনন্দিন ধৰি উচ্চতম ন্যায়ালয়ত চলিছিল গোচৰটোৰ শুনানি ৷

লগতে পঢ়কঃ অন্তিম দিনত অযোধ্যা ভূমি বিবাদৰ শুনানি

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত পাঁচজনীয়া খণ্ড বিচাৰপীঠত চলিছিল সমগ্ৰ গোচৰটোৰ শুনানি ৷ অন্তিম শুনানিৰ অন্তত আজি গোচৰটোৰ নিৰ্দেশ সংৰক্ষিত কৰি ৰখাৰ কথা প্ৰকাশ কৰে উচ্চতম ন্যায়ালয়ে ৷

Intro:Body:

অন্ত পৰিল অযোধ্যা বিবাদৰ শুনানি

বহু প্ৰতীক্ষিত ৰাম-জন্মভূমি বাবৰি মছজিদ গোচৰৰ সৈতে জড়িত অযোধ্যা ভূমি বিবাদৰ শুনানিৰ অন্ত ৷ উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া খণ্ড বিচাৰপীঠত বিগত 40 দিন ধৰি চলি আহিছিল দৈনন্দিন শুনানি ৷ 

নিউজ ডেস্ক, 16 অক্টোবৰঃ অৱশেষত অন্ত পৰিল ৰাম জন্মভূমি-বাবৰি মছজিদ গোচৰৰ সৈতে জড়িত অযোধ্যা ভূমি বিবাদৰ শুনানি ৷ উচ্চতম ন্যায়ালয়ে ভূমি বিবাদ গোচৰত বুধবাৰে অন্তিম শুনানি গ্ৰহণ কৰে ৷ 

চুন্নী ৱাকফ ব'ৰ্ড, নিৰ্মোহী আখাৰা আৰু ৰাম লাল্লাই 2010 চনত এলাহাবাদ উচ্চ ন্যায়ালয়ত ৰুজু কৰা গোচৰৰ শুনানি লৈছিল উচ্চতম ন্যায়ালয়ে ৷ বিবাদমান 2.77 একৰ ভূমিৰ বাবে তিনিওটা পক্ষৰ মাজতে তুমুল বিতৰ্কৰ সৃষ্টি হৈছিল ৷ অৱশেষত বহু বিতৰ্কৰ মাজেৰে দৈনন্দিন ধৰি উচ্চতম ন্যায়ালয়ত চলিছিল গোচৰটোৰ শুনানি ৷ 

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত পাঁচজনীয়া খণ্ড বিচাৰপীঠত চলিছিল সমগ্ৰ গোচৰটোৰ শুনানি ৷ অন্তিম শুনানিৰ অন্তত আজি গোচৰটোৰ নিৰ্দেশ সংৰক্ষিত কৰি ৰখাৰ কথা প্ৰকাশ কৰে উচ্চতম ন্যায়ালয়ে ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.