ETV Bharat / bharat

অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা ঘোষণাৰ দাবীত সংসদত ধৰ্ণা - প্ৰতিবাদ

এই প্ৰতিবাদত অংশগ্ৰহণ কৰে সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, ৰাণী নৰহ, প্ৰদ্যুৎ বৰদলৈ আৰু আব্দুল খালেকে ৷ কংগ্ৰেছী সাংসদসকলে অসমৰ বানৰ প্ৰতি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ উদাসীন ভূমিকাকো সমালোচনা কৰে ৷

অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যাৰ দাবীত সংসদত ধৰ্ণা
author img

By

Published : Jul 15, 2019, 6:01 PM IST

নতুন দিল্লী, 15 জুলাইঃ বানত ককবকাইছে অসমৰ কেইবাখনো জিলাৰ ৰাইজে ৷ বানাক্ৰান্ত লোকসকলক উপযুক্ত সাহাৰ্য প্ৰদানৰ দাবীত দিল্লীত সংসদ ভৱনৰ সন্মুখত ধৰ্ণা দিছে ৰাজ্যৰ কংগ্ৰেছী সাংসদসকলে ৷ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত হাতত প্লেকাৰ্ডলৈ কংগ্ৰেছৰ সাংসদসকলে অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ দাবী জনায় ৷ এই প্ৰতিবাদত অংশগ্ৰহণ কৰে সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, ৰাণী নৰহ, প্ৰদ্যুৎ বৰদলৈ আৰু আব্দুল খালেকে ৷ কংগ্ৰেছী সাংসদসকলে অসমৰ বানৰ প্ৰতি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ উদাসীন ভূমিকাকো সমালোচনা কৰে ৷

Intro:Body:

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.