ETV Bharat / bharat

পাকে টাইগাৰ ৰিজাৰ্ভৰ মাজেৰে হ'বলগীয়া নিৰ্মাণকাৰ্য বন্ধ ৰখাৰ নিৰ্দেশ পেমা খাণ্ডুৰ - Arunachal Pradesh Chief Minister Pema Khandu ordered to keep in abeyance all survey works PTR

খাণ্ডুৱে সোমবাৰে প্ৰদেশৰ মুখ্য সচিব, গড়কাপ্তানীৰ সচিবৰ লগত আলোচনাৰ পিছত এই সিদ্ধান্ত গ্ৰহন কৰে ৷ তেওঁ কয় যে পিটিআৰ হৈছে ২০০০ অধিক উদ্ভিদৰ বাসগৃহ ৩০০ প্ৰজাতিৰ বিভিন্ন চৰাই আৰু দুষ্প্ৰাপ্য ধনেশ পক্ষীৰ লগতে বিভিন্ন জীৱ জন্তুৰে ভৰপূৰ এক অভয়াৰন্য আৰু ই হিমালয়ৰ পাদদেশীয় ৰাজ্য অৰুণাচলৰ গৌৰৱ ৷

পাকে টাইগাৰ ৰিজাৰ্ভৰ মাজেৰে হ'বলগীয়া নিৰ্মাণকাৰ্য বন্ধ ৰখাৰ নিৰ্দেশ পেমা খাণ্ডুৰ

author img

By

Published : Mar 17, 2020, 9:32 PM IST

তেজপুৰ, ১৭ মাৰ্চ : অৰুনাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এক বিশেষ নিৰ্দেশযোগে পাকে টাইগাৰ ৰিজাৰ্ভৰ মাজেৰে পাকেকেচাং জিলাৰ সংলগ্ন কৰিবলগীয়া নতুন উদ্যোগিক পথৰ নিৰীক্ষণৰ কাৰ্য সাময়িকভাৱে বন্ধ ৰখাৰ কথা ঘোষনা কৰে ৷ পাকে টাইগাৰ ৰিজাৰ্ভৰ মাজেদি হ'ব লগা এই নিৰ্মাণকাৰ্যৰ দ্বাৰা অঞ্চলটোৰ জৈৱবৈচিত্ৰৰ বাবে আহিব পৰা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহন কৰিছে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷

ইতিমধ্যে পথটোৰ সম্ভাব্য নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল ৷ পূৱ আৰু পশ্চিম উদ্যোগিক পথটোৰ দৈঘ্য ৪০ কিলোমিটাৰ পূৱ কামেং জিলাৰ চিজুচা হৈ পাকে কেচাং জিলাৰ আৰু পশ্চিম কামেং জিলাৰ ভালুকপং স্পৰ্শ কৰা এই পথটো পাকে টাইগাৰ ৰিজাৰ্ভৰ মাজেদি যাবলগীয়া আছিল, যিটো বনাঞ্চলৰ পাৰ্শ্বৱৰ্তী জৈৱবৈচিত্ৰ বিনষ্ট কৰিব ৷

পাকে টাইগাৰ ৰিজাৰ্ভৰ মাজেৰে হবলগীয়া নিৰ্মাণকাৰ্য বন্ধ ৰখাৰ নিৰ্দেশ পেমা খাণ্ডুৰ

খাণ্ডুৱে সোমবাৰে প্ৰদেশৰ মুখ্য সচিব, গড়কাপ্তানিৰ সচিবৰ লগত আলোচনাৰ পিছত এই সিদ্ধান্ত গ্ৰহন কৰে ৷ তেওঁ কয় যে পিটিআৰ হৈছে ২০০০ অধিক উদ্ভিদৰ বাসগৃহ ৩০০ প্ৰজাতিৰ বিভিন্ন চৰাই আৰু দুষ্প্ৰাপ্য হৰ্নবিলৰ লগতে বিভিন্ন জীৱ জন্তুৰে ভৰপূৰ এক অভয়াৰন্য আৰু ই হিমালয়ৰ পাদদেশীয় ৰাজ্য অৰুণাচলৰ গৌৰৱ ৷

তেওঁ লগতে কয় যে, এই সমগ্ৰ বিষয়ৰ উপৰত অতি সোনকালে পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিব ৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.