ETV Bharat / bharat

দক্ষিণ কাশ্মীৰত শীৰ্ষ বিষয়াৰ ৰহস্যজনক মৃত্যু

author img

By

Published : Jan 18, 2021, 9:17 PM IST

দক্ষিণ কাশ্মীৰৰ কুপৱাডা জিলাত এজন শীৰ্ষ বিষয়াৰ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ ৷ কৰ্তব্যৰত অৱস্থাত তেওঁক মৃত অৱস্থাত পোৱা হৈছে ৷ ইতিমধ্যে, বিষয়া গৰাকীৰ মৃত্যুৰ প্ৰকৃত ৰহস্য জানিৰ বাবে চি আৰ পি এফে তদন্ত আৰম্ভ কৰিছে ৷

Army officer found dead under mysterious circumstances in North Kashmir
দক্ষিণ কাশ্মীৰত শীৰ্ষ বিষয়াৰ ৰহস্যজনক মৃত্যু

নিউজ ডেস্ক, 18 জানুৱাৰী : এক বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, সোমবাৰে দক্ষিণ কাশ্মীৰৰ কুপৱাডা জিলাত এজন শীৰ্ষ বিষয়াৰ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷

সূত্ৰই আকৌ প্ৰকাশ কৰা অনুসৰি, উদ্ধাৰ কৰা বিষয়া গৰাকী 6-JAK ৰাইফলছত কৰ্মৰত আছিল ৷ তেওঁৰ বসয় 29 বছৰ বুলিও সূত্ৰটোৱে প্ৰকাশ কৰিছে ৷ কৰ্তব্যৰত অৱস্থাত তেওঁক মৃত অৱস্থাত পোৱা হৈছে ৷ ইতিমধ্যে, বিষয়া গৰাকীৰ মৃত্যুৰ প্ৰকৃত ৰহস্য জানিবৰ বাবে চি আৰ পি এফে তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : মদনপুৰ টোলগেটত কমলপুৰৰ ৰাজহ চক্ৰ বিষয়াক দুৰ্ব্যৱহাৰ কৰ্মচাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.