ETV Bharat / bharat

জম্মু কাশ্মীৰত নিহত দুই সন্ত্ৰাসবাদী

author img

By

Published : Jul 11, 2020, 2:23 PM IST

সীমান্তয়েদি অবৈধভাবে প্ৰৱেশৰ চেষ্টা চলোৱা সময়তে সেনাৰ হাতত নিহত হয় সন্ত্ৰাসবাদী দুটা ৷

Army foils infiltration attempt along LoC, two terrorists killed
জম্মু কাশ্মীৰত নিহত দুই সন্ত্ৰাসবাদী

জম্মু কাশ্মীৰ, 11 জুলাই : জম্মু কাশ্মীৰৰ নেগমা চেক্টৰৰ সীমান্তয়েদি অবৈধভাবে প্ৰৱেশৰ চেষ্টা চলোৱা সময়তে সেনাৰ হাতত নিহত হয় দুই সন্ত্ৰাসবাদী ৷ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সন্দেহজনক গতি-বিধি লক্ষ্য কৰি সেনাৰ দলে অঞ্চলটোত অভিযান চলায় ৷ সেনাই চলোৱা অভিযানত নিহত হয় সন্ত্ৰাসবাদী দুটা ৷

সন্ত্ৰাসবাদী দুটাৰ পৰা সেনা দলে দুটা একে 47, 12 জাই সজীৱ গুলী, এটা পিষ্টল, কেইবাটাও গ্ৰেনেডসহ প্ৰায় 1.5 লাখ ভাৰতীয় আৰু পাকিস্তানী মুদ্ৰাও উদ্ধাৰ কৰে ৷ সেনাৰ দলে বৰ্তমান অঞ্চলটোত অব্য়াহত ৰাখিছে অভিযান ৷

লগতে পঢ়ক : ফৰিং আক্ৰমণৰ ঘটনাক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণাৰ দাবী ৰাজস্থানৰ কৃষিমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.