ETV Bharat / bharat

অন্ধ প্ৰদেশৰ টেক্সি-অটো চালকলৈ 10,000 টকাৰ ভট্টা চৰকাৰৰ

author img

By

Published : Jun 4, 2020, 9:04 PM IST

লক ডাউনৰ বাবে ক্ষতিগ্ৰস্ত হোৱা টেক্সি-অটোচালক সকলক সহায় কৰিবলৈ 10,000 টকাকৈ ভাট্টা মুকলি কৰিছে অন্ধ প্ৰদেশ চৰকাৰে । ৰাজ্যখনৰ 2.62 লাখ অ'টো চালকক ভাট্টা দিবলৈ মুকলি কৰি দিয়ে 262.43 কোটি টকা ।

অন্ধ প্ৰদেশৰ টেক্সি-অটো চালকলৈ 10,000 টকাৰ ভট্টা মুকলি ৰাজ্য় চৰকাৰৰ

নিউজ ডেস্ক, 4 জুনঃ লক ডাউনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা টেক্সি-অটোচালক সকলক সকাহ দিয়াৰ উদ্দেশ্যেৰে বাৰ্ষিক ভাট্টা দিবলৈ ব্য়ৱস্থা কৰিছে অন্ধ প্ৰদেশ চৰকাৰে । এই অনুসৰি চালকসকলক দিব লগীয়া ভাট্টাৰ ধন চৰকাৰে মুকলি কৰি দিয়ে । ইয়াৰ ফলত চালকসকলে লাভ কৰিব 10,000 টকাৰ বাৰ্ষিক ভাট্টা ।

ৰাজ্যখনৰ 2,62,493 গৰাকী চালকে লাভ কৰিব এই ভাট্টা । ইয়াৰ বাবে চৰকাৰে 262.49 কোটি টকা মুকলি কৰা বুলি জানিবলৈ দিয়ে ৰাজ্য়খনৰ মুখ্যমন্ত্ৰীয়ে ।

YSR বাহন মিত্ৰ আঁচনিৰ অধিনত লাভ কৰিব এই ধন । উল্লেখ্য যে, 2019 চনৰ 4 অক্টোবৰত টেক্সি-অটোচালক সকলৰ প্ৰিমিয়াম,বীমা,অনুজ্ঞা পত্ৰ আদিৰ বাবদ হোৱা খৰচৰ বাবে বাৰ্ষিক 10,000 টকাৰ ভাট্টা আগবঢ়োৱাৰ আঁচনি গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰখনে । কিন্তু লক ডাউনৰ বাবে এই বৰ্ষত আগতীয়াকৈ মুকলি কৰে এই ধন ।

লগতে চাওকঃ শুৱালকুছিলৈ আহিল ভাল খবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.