ETV Bharat / bharat

ছুপাৰছ'নিক ক্ৰুজ মিছাইলৰ জাহাজ প্ৰতিৰোধী সংস্কৰণ উৎক্ষেপণ - জাহাজ প্ৰতিৰোধী সংস্কৰণ

ভাৰতে আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ পৰা ব্ৰহ্ম'জ ছুপাৰছ'নিক ক্ৰুজ মিছাইলৰ জাহাজ প্ৰতিৰোধী সংস্কৰণ পৰীক্ষামূলকভাৱে উৎক্ষেপণ কৰে । ব্ৰহ্ম'জ ছুপাৰছ'নিক ক্ৰুজ মিছাইলৰ ভূমি আক্ৰমণ সংস্কৰণৰ পৰীক্ষামূলক উৎক্ষেপণো সফলভাৱে আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ পৰাই চলিত সপ্তাহৰ আৰম্ভণিতে সম্পন্ন কৰা হৈছিল।

ছুপাৰছ'নিক ক্ৰুজ মিছাইলৰ জাহাজ প্ৰতিৰোধী সংস্কৰণ উৎক্ষেপণ

author img

By

Published : Dec 1, 2020, 12:43 PM IST

নেশ্যনেল ডেস্ক, ১ ডিচেম্বৰ: এক সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতে মঙলবাৰে আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ পৰা ব্ৰহ্ম'জ ছুপাৰছ'নিক ক্ৰুজ মিছাইলৰ জাহাজ প্ৰতিৰোধী সংস্কৰণ পৰীক্ষণ কৰে । ভাৰতীয় নৌসেনাই কৰি থকা পৰীক্ষণৰ অংশ হিচাপে এই পৰীক্ষণ কৰা হয় । চলিত সপ্তাহৰ আৰম্ভণিতে আন্দামান নিকোবৰ দ্বীপপুঞ্জ ক্ষেত্ৰৰ পৰা ব্ৰহ্ম'জ ছুপাৰছ'নিক ক্ৰুজ মিছাইলৰ ভূমি আক্ৰমণ সংস্কৰণৰ পৰীক্ষামূলক উৎক্ষেপণো সফলভাৱে সম্পন্ন কৰা হৈছিল ।

ভাৰতীয় সেনাই কৰা এই পৰীক্ষণত প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থাৰ ডেভেলপ মিছাইলৰ বহু ৰেজিমেণ্টে সহযোগিতা আগবঢ়ায় । ব্ৰহ্ম'জ মিছাইলে এতিয়া ৪০০ কিঃমিঃ দূৰৰ পৰা আক্ৰমণ কৰিব পাৰে। ব্ৰহ্ম'জ ছুপাৰছ'নিক ক্ৰুজ মিছাইল বিশ্বৰ আটাইতকৈ বেগী ছিষ্টেম। ডি আৰ ডি অ'ই শেহতীয়াভাৱে মিছাইল প্ৰণালীটোৰ ৰেঞ্জ ২৯৮ কিলোমিটাৰৰ পৰা ৪৫০ কিলোমিটাৰলৈ বৃদ্ধি কৰিছে ।

লগতে পঢ়ক:জম্মু আৰু কাশ্মীৰত ডিডিচি নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.