নিউজ ডেস্ক, ৯ জুনঃ ভাৰতীয় ছবি নিৰ্মাতা সুজিত চিৰকাৰে বিট্ৰেইৰ ব্ৰিষ্টেলত বৰ্ণবৈষম্যৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদৰ এটি ভিডিঅ' প্ৰত্যক্ষ কৰে । ভিডিঅ' প্ৰত্যক্ষ কৰা পাচতে সুজিত চিৰকাৰে ১৯৮০ চনত গল্পকাৰ সত্যজিৎ ৰায়ৰ 'হিৰক ৰাজাৰ দেশে'ক স্মৰণ কৰে বুলি টুইটাৰযোগে সদৰী কৰে ।
-
Arrey this is Satyajit Rays “ Hirok Rajar Deshe” ( Kingdom Of Diamonds) 1980:)) https://t.co/0YtMwcKLYy
— Shoojit Sircar (@ShoojitSircar) June 8, 2020 " class="align-text-top noRightClick twitterSection" data="
">Arrey this is Satyajit Rays “ Hirok Rajar Deshe” ( Kingdom Of Diamonds) 1980:)) https://t.co/0YtMwcKLYy
— Shoojit Sircar (@ShoojitSircar) June 8, 2020Arrey this is Satyajit Rays “ Hirok Rajar Deshe” ( Kingdom Of Diamonds) 1980:)) https://t.co/0YtMwcKLYy
— Shoojit Sircar (@ShoojitSircar) June 8, 2020
সুজিত চিৰকাৰে সোমবাৰে টুইটত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । য'ত ব্ৰিষ্টেলৰ বাসিন্দাসকলে ১৭ তম শতাব্দীৰ দাস ব্যৱসায়ীক এডৱাৰ্ড কালস্টোনৰ কাছৰ দ্বাৰা নিৰ্মাণ কৰা এটি মূৰ্তিক অপমান কৰি পূৰ্বৰ পৰা চলি অহা বৰ্ণবৈষম্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।
এই ভিডিঅ'টোতেই ছবি নিৰ্মাতা সুজিত চিৰকাৰে টুইট কৰি কয় যে, এইটো সত্যজিৎ ৰায়ৰ ১৯৮০ চনৰ 'হিৰক ৰাজাৰ দেশে' হয় ।
লগতে পঢ়কঃ বৰপেটাৰ কদমগুৰিত নৱ বিবাহিতাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য