ETV Bharat / bharat

চীন-ভাৰতৰ সীমা বিবাদৰ সংঘৰ্ষ অধিক বেয়ালৈ যোৱাৰ আকাংক্ষা - গলৱান সীমান্ত

দীৰ্ঘ বছৰ ধৰি ভাৰত-চীনৰ মাজত চলি থকা সীমা বিবাদৰ বাবে দুয়োখন দেশৰ মাজত বৈঠক অনুষ্ঠিত কৰা । উক্ত বৈঠকৰ সফল সামৰণি ঘটাৰ পূৰ্বে লাডাখ অঞ্চলৰ গলৱান সীমান্তত দুয়োখন দেশৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয় । উক্ত সংঘৰ্ষত ভাৰতীয় সেনাৰ এজন কৰ্নেল সহ ২০ গৰাকী জোৱান শ্বহীদ হ'ব লগা হয় ।

anger-over-galwan-rules-as-sober-india-china-border-meeting-ends-on-surly-note

author img

By

Published : Jun 17, 2020, 10:28 PM IST

নিউজ ডেস্ক, ১৭ জুন : দীৰ্ঘ বছৰ ধৰি ভাৰত-চীনৰ মাজত চলি থকা সীমা বিবাদৰ বাবে দুয়োখন দেশৰ মাজত বৈঠক অনুষ্ঠিত কৰা । উক্ত বৈঠকৰ সফল সামৰণি ঘটাৰ পূৰ্বে লাডাখ অঞ্চলৰ গলৱান সীমান্তত দুয়োখন দেশৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয় । উক্ত সংঘৰ্ষত ভাৰতীয় সেনাৰ এজন কৰ্নেল সহ ২০ গৰাকী জোৱান শ্বহীদ হ'ব লগা হয় ।

ভাৰতীয় সৈন্যই দাবী কৰা অনুসৰি,চীনা সৈন্যই ৮ কিলোমিটাৰ পৰ্যন্ত ভাৰতৰ ভূ-খণ্ডৰ ভিতৰলৈ সোমাই আহে । লগতে চীনা সৈন্যই নিয়ন্ত্ৰণ ৰেখা উলংঘা কৰাৰ অভিযোগ উখাপন হৈছে । সেনাই অভিযোগ কৰা অনুসৰি চীনা সৈন্যই ভাৰতৰ ভূমিত বাহৰ পাতিছিল । কিন্তু দুয়োখন দেশৰ মাজত বৈঠকত ভাৰতে উক্ত অঞ্চলৰ পৰা সেনাৰ লগতে চাউনী সমূহ আঁতৰ কৰোৱাৰ নিৰ্দেশ দিছিল ।

দুয়োপক্ষৰ বৈঠকৰ অন্তত ভাৰতীয় সেনাৰ কৰ্ণেল সন্তোষ বাবুৱে ৫০ জনীয়া এটা সেনাৰ দল লৈ চীনে ভাৰতৰ ভূখণ্ডৰ পৰা সৈন্য বাহিনী ঘূৰাই নিছে নে নাই জানিবলৈ ৰাওনা হয়। সেই সময়তে চীনা সৈন্যৰ এটা দলে ভাৰতীয় সেনাৰ ওপৰত আক্ৰমণ কৰে । লগে-লগে দুয়োপক্ষৰ মাজত সংঘৰ্ষ বৃদ্ধি পায় । আৰু উক্ত সংঘৰ্ষত ভাৰতীয় সেনাৰ এজন কৰ্ণেলসহ ২০ গৰাকী সেনা জোৱান নিহত হয় ।

নিহত হোৱা সেনা কেইজনক বুধবাৰে ভাৰতীয় সেনাৰ তৰফৰ গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয় । সেনাই জনোৱা অনুসৰি, শুকুৰবাৰলৈ শ্বহীদ সৈনিকৰ নশ্বৰ দেহ নিজ বাসগৃহত উপস্থিত হ'ব । 

লগতে পঢ়ক :

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.